Month: January 2023

Class 8 Maths Solution Lesson 7 (B) AJB অধ্য়ায়-7 | অনুশীলনী 7 (B) | Chapter 7 | Class 8 Maths AJB School Question Answer | Lesson 7 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায় – 7 অনুশীলনী – 7 (B) 1. তলৰ সংখ্য়াবোৰৰ বৰ্গ উলিওৱা ঃ     i) -17     ii) – 28    iii) – 39     iv) – 48    v) – 55 2. তলৰ পৰিমেয় সংখ্য়াবোৰক বৰ্গ কৰাঃ     i)     ii)      iii)  iv)  v)  Type- Rajashree bora

Class 8 Maths Solution Lesson 7 (A) AJB অধ্য়ায়-7 | অনুশীলনী 7 (A) | Chapter 7 | Class 8 Maths AJB School Question Answer | Lesson 7 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায়- 7 অনুশীলনী – 7(A) 1. তলৰ সংখ্য়বোৰৰ বৰ্গ উলিওৱাঃ     27, 52, 69, 104, 263 2. 1 ৰ পৰা 100 লৈ বৰ্গ সংখ্য়াকেইটা লিখা। 3. 200 আৰু 300 ৰ মাজত থকা বৰ্গ সংখ্য়াকেইটা লিখা। 4. তলৰ বৰ্গ সংখ্য়াকেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্য়াৰ যোগফল     হিচাপে দেখুওৱাঃ     64, 81, 100, 121, 144 5. তলৰ কোনকেইটা বৰ্গ সংখ্য়া নহয়…

Read the full article

Class 8 Maths Solution Lesson 6 (C) AJB অধ্য়ায়-6 | অনুশীলনী 6 (C) | Chapter 6 | Class 8 Maths AJB School Question Answer | Lesson 6 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায়-6 অনুশীলনী – 6(C) 1. তলৰ প্ৰতিটো পৰীক্ষাৰ ফলবোৰ লিখা।     i)  এটা মুদ্ৰা এবাৰ টচ কৰা হ’ল ।    ii) দুটা মুদ্ৰা একেলগে টচ কৰা হ’ল।   iii) এটা মুদ্ৰা 3 বাৰ টচ কৰা হ’ল।   iv) এটা লুডুগুটি এবাৰ দলিওৱা হ’ল।    v) এটা লুডুগুটি দুবাৰ দলিওৱা হ’ল। 2. নিশ্চিত ঘটনা কাক বোলে? এটা উদাহৰণ দিয়া।…

Read the full article