Month: January 2023

পৰিমেয় সংখ্য়া (Rational Numbers) | অধ্য়ায়-2 | অনুশীলনী- 2 (A) | Chapter 2.1 | Class 8 Maths AJB School Question Answer | পৰিমেয় সংখ্য়া (Rational Numbers) Lesson 2.1 Class 8 AJB School Question Answer and Solutions For Assam |

পৰিমেয় সংখ্য়া (Rational Numbers)  অধ্য়ায়-2  অনুশীলনী- 2 (A) 1. সত্য়নে অসত্য় লিখা।         i) 0 এটা স্বাভাৱিক সংখ্য়া।        ii) আটাইতকৈ সৰু পূৰ্ণ সংখ্য়া 0।       iii) -11 এটা অখণ্ড সংখ্য়া।       iv) সকলো অখণ্ড সংখ্য়াই পূৰ্ণ সংখ্য়া।        v)  সকলো স্বাভাৱিক সংখ্য়াই পূৰ্ণ সংখ্য়া।       vi) অখণ্ড সংখ্য়াবোৰ…

Read the full article

পৰিমেয় সংখ্য়া (Rational Numbers) | অধ্য়ায়-2 | অনুশীলনী- 2 (C) | Chapter 2.3 | Class 8 AJB School Maths Question Answer | পৰিমেয় সংখ্য়া (Rational Numbers) Lesson 2.3 Class 8 Maths AJB School Question Answer and Solutions For Assam |

 পৰিমেয় সংখ্য়া (Rational Numbers) অধ্য়ায়-2 অনুশীলনী- 2 (C) 1. পূৰণ কৰাঃ 2.সৰল কৰাঃ  3. তলৰ পৰিমেয় সংখ্য়াবোৰৰ প্ৰতিক্ৰমবোৰ লিখা। 4. 5.  6.খালী ঠাই পূৰ কৰা । 7. হৰণ কৰা ঃ  8. মান নিৰ্ণয় কৰাঃ 9. দুটা সংখ্য়াৰ পূৰণফল  । ইয়াৰে এটা  হ’লে আনটো কিমান ? 10.  ক কি সংখ্য়াৰে পূৰণ কৰিলে পূৰণফল  হ’ব? Type- Rajashree Bora Post ID: DABP001743

সংহতি (Sets) | অধ্য়ায়-1 | অনুশীলনী 1 (B) | Chapter 1.2 | Class 8 Maths AJB School Question Answer | সংহতি (Sets) Lesson 1.2 Class 8 Maths AJB School Question Answer and Solutions For Assam |

সংহতি (Sets)  অধ্য়ায়-1 অনুশীলনী 1 (B) 1. তলৰ প্ৰতিটো সংহতিৰে দুটাকৈ উপসংহতি লিখা।         i) {0}            ii) {-1, 0}            iii) {x, y, z} 2. A = {10, 20, 30, 40} হ’লে A ৰ      i) এটাও মৌল নথকা উপসংহতিটো লিখা।     ii) এটা মৌল থকা উপসংহতিকেইটা লিখা ।…

Read the full article

সংহতি (Sets) | অধ্য়ায়-1 | অনুশীলনী -1 | Chapter-1 Class 8 AJB School Maths Question Answer | সংহতি (Sets) Lesson 1 Class 8 AJB School Maths Question Answer and Solutions For Assam |

সংহতি (Sets)  অধ্য়ায়-1 অনুশীলনী -1 1.  সংহতি বুজোৱা  5 টা ভিন্ন সংগ্ৰহ উদাহৰণ দিয়া । 2.  সংহতি নুবুজোৱা 5 টা ভিন্ন সংগ্ৰহ উদাহৰণ দিয়া। 3.  A = {p, q, r, s, t, u, v} হ’লে ∈ বা ∉ চিনৰ উপযুক্ত চিনেৰে খালী ঠাই পূৰ কৰা:      i) a__________A  ii) p __________ A  iii) x __________ A  iv) r _________…

Read the full article