Month: January 2023

জীৱজগত | Chapter 1 | Class 6 New Science Chapter 1 Question And Answer | Class 6 New Science Chapter 1 Solution AJB |

পাঠ ১ জীৱজগত 1. খালী ঠাই পূৰ কৰাঁ।  a) আমি উশাহত _______ গেছ বায়ুৰপৰা গ্ৰহণ কৰো।  b) কুকুৰাৰ পােৱালি _______পৰা ওপজে।  c) উদ্ভিদে ____________ পদ্ধতিৰে নিজৰ খাদ্য প্রস্তুত কৰে।  2. শুদ্ধ উত্তৰ বাছি উলিওৱা।  a) লাজুকীলতাই কি উদ্দীপকৰ প্রতি সঁহাৰি জনায়।  i) পােহৰ  ii) তাপ  iii) স্পৰ্শ উত্তৰঃ  b) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল।  i) বায়ু  ii) পানী iii) উদ্ভিদ  উত্তৰঃ  c) প্রাণীৰ দেহত উৎপন্ন হােৱা অলাগতিয়াল…

Read the full article