পাঠ ৬ দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল ১। যথাযথ উত্তৰ দিয়া। (ক) চালুক্যসকলৰ শাখাগােষ্ঠীকেইটাৰ নাম লিখা। উত্তৰঃ (খ) প্রথম পুলকেশীয়ে কি কি উপাধি গ্রহণ কৰিছিল? উত্তৰঃ (গ) প্রথম কীৰ্তিবর্মনে গ্ৰহণ কৰা দুটা উপাধিৰ নাম লিখা। উত্তৰঃ (ঘ) চালুক্যসকলৰ সর্বশ্রেষ্ঠ ৰজাজন কোন আছিল? উত্তৰঃ (ঙ) কোনজন বিদেশী পর্যটকে দ্বিতীয় পুলকেশীক মহান সম্রাট আখ্যা দিছিল?…