Month: January 2023

Class 8 Assamese Chapter 8 MCQs । শ্ৰী শ্ৰী শংকৰদেৱ ।

শ্ৰী শ্ৰী শংকৰদেৱ Chapter 8 ১। শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ কবিৰ নাম? (ক) যতীন্দ্ৰ নাথ দুৱৰা (খ) সত্যনাথ বৰা (গ) কিৰন দেৱী উত্তৰঃ– (ক) যতীন্দ্ৰ নাথ দুৱৰা ২। লেখকৰ কিমান চনত জন্ম হৈছিল? (ক) ১৯৬০ (খ) ১৮৯২ (গ) ২০১১ উত্তৰঃ- (খ) ১৮৯২ ৩। লেখকৰ পিতৃৰ নাম কি? (ক) সত্যনাথ বৰা (খ) শ্যমসুন্দৰ দুৱৰা (গ) ওপৰৰ…

Read the full article