বাৰখন গাঁও আছে অতিকে সুন্দৰ,প্ৰত্যেক গাঁৱত আছে পাঁচোটাকৈ ঘৰ ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ ঘড়ী
মৰাই নিয়ে জীয়াক টানি,ইনো কি আচৰিত জুৰি ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ মৰাপাটৰ ৰছী
হাতীয়ে মাউতে তল যায়,কুঁজী বুঢ়ীয়ে জুলুকি বায় ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ হাঁহ