হাবিৰ পৰা ওলাল পাঠা,পাঠাৰ গাটো খাজ কাটা ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ পখিলা
পাখি নাই উৰি যায় মুখ নাই মাতে, বুকু ফালি পোহৰ বিলায় যেন কাণ ফাটে ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ বিজুলী ঢেৰেকনী ।
শিলৰ দৰে তলত পৰে,ভেলৰ দৰে ভাঁহে কুকুৰৰ দৰে বহে ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ ভেকুলী
সৰু সৰু চৰাই লোহাৰ গুটি খায়,সাতোখন পাহাৰত যুঁজিবলৈ যায় ? Posted on 31/01/202331/01/2023 by Puspa Kakati উত্তৰঃ বন্দুক