অধ্যায়-1 সংখ্য়া (Numbers) অনুশীলনী 1 (D) 1. এজন কিতাপ দোকানীয়ে ডিছেম্বৰ মাহত 4,50,368 টকা, জানুৱাৰি মাহত 12,30,900 টকা আৰু ফেব্ৰুৱাৰী মাহত 3,68,789 টকা মূল্যৰ কিতাপ বিক্ৰী কৰিলে। দোকানীজনে তিনিওটা মাহত মুঠতে কিমান টকাৰ কিতাপ বিক্ৰী কৰিলে? ডিছেম্বৰ মাহতকৈ জানুৱাৰী মাহত কিমান টকাৰ কিতাপ বেছিকৈ বিক্ৰী কৰিলে? Ans: 2. এখন দৈনিক বাতৰি কাকত 14টা পৃষ্ঠাযুক্ত। বাতৰি কাকতখন দৈনিক…