চুম্বক 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা। i) সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ’ল- a. লো-ৰ দণ্ড b. দূৰৱীন c. পেৰিস্ক’প d. কম্পাছ উত্তৰঃ ii) তলৰ কোনবিধ চুম্বকিয় পদাৰ্থ নহয়? a. লো b. নিকেল c. ক’বল্ট d. ৰবৰ উত্তৰঃ iii) তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক? a. নিকেল b. পাৰা c. গেড’লিনিয়াম d. ল’ডষ্ট’ন উত্তৰঃ …