মনে মনে চুকত বহে,পৃথিৱীখন ভ্ৰমি ফুৰে ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ কাঁহৰ,বাটি
আকো খুন্দো তাকো খুন্দো চাৰি বাইভনীক জাপিহে খুন্দো । Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ পাণ তামোল,চূণ ৰাধা একেলগে খুন্দা
শদিয়ালৈ গৈছিলো শত ফুল খাইছিলো কেঁচা পাতত বান্ধিছিলো লোন,মাকতকৈ ডাঙৰ হৈ,উপজিয়ে জপিয়াই কোন ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ ঘোঁৰা