Month: January 2023

সোণতকৈ মূল্যবান | Lesson 18 | Class 5 Assamese 5 AJB | Assam Jatiya Bidalay | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ

সোণতকৈও মূল্যৱান  Lesson 18 〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ শব্দ অৰ্থ খাটাংকৈ সম্পূৰ্ণৰূপে নিশ্চিত, পিছত ল’ৰচৰ হ’বৰ সম্ভাৱনা নথকা প্ৰত্যাহ্বান বাধা আহৰণ গোটাই অনা কাৰ্য, সংগ্ৰহ সন্ধান শুংসূত্ৰ, উৱাদিহ [১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ ক) খাৰুৱা তেলক কিয় ‘পনীয়া সোণ’ বুলি কোৱা হয়? উত্তৰঃ মানুহৰ দৈনন্দিন জীৱন-যাপনত খাৰুৱা তেলৰ গুৰুত্ব অপৰিসীম। সেইকাৰণে ইয়াক…

Read the full article