বজালে বাজে,পানীত থাকে,বেচিলে দাম পায়,ভাঙি চালে একো নাই ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ শংখ
আইৰ ঘৰলৈ যাম দুই হাতেৰে খাম,বধাতাই বোলে মই পিছে পিছে যাম ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ ভাগ্য ।
বান্ধ বান্ধ তাক ভালদৰে ধৰে,বান্ধি নথ’লে সি মাৰিব লৰ,তাৰ পিছে গছে ডালে নিদিব দৌৰ,এইটোনো কি বাৰু কোঁৱাহে সত্বৰ ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ বান্দৰ
ৰজাৰ চাদৰ তিয়াব পাৰি,শুকুৱাব কিন্ত নোৱাৰি ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ জিভা