হাতুৰি বটালি বাইছখন,চোৰে নিলে তিনিখন, থাকিল কেইখন ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ এখনো
বাঘৰ দৰে জপিয়ায়,ঘোঁৰাৰ দৰে ঘাঁহ খায়,চৰাই দৰে উৰি যায়,ইনো কি প্ৰাণী কোঁৱাচোন ভাই ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ ফৰিং
আমাৰ ঘৰৰ কন্যা এটি,নাই তাইৰ পতি,সন্তান হ’লে জন্ম দিয়ে কন্যা সকলোটি ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ কলগছ
ক্ষয় নাই লয় নাই আৰু নাই যতি,ইনো কি মহাধদন দিলেও নাযায় তুতি ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃবিদ্যাধন