সুফল কলদী সু-তিৰি ফেদেলি,ফদেলিয়ে আঞ্জা ৰান্ধে গোন্ধত কাষৰ ঘৰেও বমি কৰে ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ ভেদাইলতা
মুখেৰে পিন্ধায়,পোকৰে খুৱাই,নাইটোত ধৰি তেওঁ চাৰিওফালে ঘূৰাই ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ টৰ্চলাইট
মাটিৰ তলৰ পৰা ওলাই ৰঙা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি ? Posted on 30/01/202330/01/2023 by Puspa Kakati উত্তৰঃ পিঁয়াজ