এজনী মাকৰ আঢ়ৈ কুৰি পুত্ৰ,টুপী পিন্ধ ফিট ফাট ৰূপ বিচিত্ৰ,পুত্ৰহঁতে মাকক মাৰিবলৈ ধৰে,মাকজনী নমৰে সিহঁতিহে মৰে ?

উত্তৰঃ জুইশলা