ওলাইছে বাইদউ শিংজুৰি লৈ,গুছি যাব বাই্দেউ শিংজুৰি লৈ । যেতিয়া হ’ব বাইদেউৰ মৰণৰ কাল,তেতিয়া হ’ব বাইদেউ দেখিবলৈ ভাল ?

উত্তৰঃ জোনবাই