কাতিত কাটিলে ৰ’দালে পুৰিলে বছৰলৈ সাঁচিলে মোক,সুমিষ্ট ব্যঞ্জণ এৰিব নোৱাৰিবি সাত-গোৰ মাৰিলেও তোক?

উত্তৰঃ কলখাৰ