কোন নাৰী দৰশনে পূণ্য হয় বোলে ।আলিংগনত মোক্ষ লাভ শাস্ত্ৰ শুনালে।।চুম্বন কৰিলে হয় পবিত্ৰ জীৱন,নাৰী গৰাকীৰ নাম কোৱা কৰি মন?

উত্তৰঃ গংগা ।