গুটি নগজা বন মই,কাটিলেও নহয় ভেটি উচন,গৃহস্থই কৰে আপডাল,কোঁৱাচোন মোৰ কি নাম ?

উত্তৰঃ চুলি