চাৰিটি কলহ গাখীৰে ভৰা, ঢাকনি নাই উদং কৰা ?

উত্তৰঃ গৰুৰ গাখীৰ দিয়া ৪ টা বাত