তিনিটা বৰ্ণৰে মোৰ সম্বোধন কৰা,মোৰ অবিহনে দশ জীৱন্তে মৰা । প্ৰথম বৰ্ণ হয় পক্ষীৰ স্বৰ,যি মাতত সাৰ পায় পশু-পক্ষী-নৰ। দ্বিতীয় তৃতীয়ই মৃতকৰ কৰ্ম বুজাওঁ,কোঁৱাচোন মইনাহঁত কি নাম পাওঁ ?

উত্তৰঃ কাগজ