পাঁচটি আখৰেৰে নামটি গঠিত,শ্বহীদ বুলি সমগ্ৰ অসমতে বিদিত।প্ৰথমে,তৃতীয়ই মিলি ফলক বুজায়,চতুৰ্থ,তৃতীয়ই মিলি ল’বলৈ বুজায়,এজন শ্বহীদ নামেৰে উক্ত সাঁথৰ,পাৰা যদি কোৱাচোন সাঁথৰৰ উত্তৰ?

উত্তৰঃ কনকলতা