সমূদ্ৰত থাকো কিন্তু সাগৰত নাই,পৃথিৱীত নাপালেও মৰতত পায়,জীৱনত নেদেখিলেও মৰণত পাবা,সন্মুখত ৰৈ আছো বিচাৰি নাযাবা ?

উত্তৰঃ ‘ম’বৰ্ণটো