সাগৰতে জন্ম তাৰ আকাশতে উৰে,পৰ্বতৰ মাৰ খাই কান্দি সৰি পৰে ?

উত্তৰঃ মেঘ ,ডাৱৰ ।