অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি | অধ্যায় ১১ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Chapter 11 Question and Answer Assamese Medium | Class 8 Social Science Sankardev School Lesson 11 Assamese Medium Question and Answer Notes and Suggestion |

অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ

Lesson: 11

 শাসকসকলৰ বৰঙনি

১। চমু উত্তৰ দিয়া : 

ক) মধ্যযুগৰ ৰাজনৈতিক অৱস্থাৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰঃ

খ) পাইকসকলে কেনে ধৰণৰ কাম কৰিব লগা হৈছিল?

উত্তৰঃ

গ) পচা প্রথা কি?

উত্তৰঃ

ঘ) মধ্যযুগৰ অসমত মহিলাৰ স্থান কেনে পর্যায়ত আছিল?

উত্তৰঃ

(ঙ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ

চ) আহোমসকলৰ ৰাজত্ব কালভ ভূ-সম্পত্তিৰ গৰাকী কোন আছিল? 

উত্তৰঃ

ছ)মধ্যযুগৰ প্ৰথম ভাগত বাণিজ্যিক লেন-দেনৰ কি প্রথা প্রচলিত আছিল?

উত্তৰঃ

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ                                     ‘খ’ অংশ

মাধরদেরকথাগীতাবলদের সূর্যখৰি          দৈবজ্ঞৰত্নমালাসুকুমাৰ বৰকাইথনামঘোষা

ভট্টদেরহস্তীবিদ্যাৰ্ণৱৰামনাৰায়ণ চক্ৰৱর্তীদৰং ৰাজবংশাৱলীপুৰুষোত্তম বিদ্যাবাগীশগীত গোবিন্দ

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰা :

ক) বাৰভূঞাসকলৰ বিচাৰালয়ক_______ বোলা হৈছিল।

উত্তৰঃ

খ) _______মন্ত্ৰীৰে আহোম মন্ত্ৰীপাৰিষদ গঠিত হৈছিল।

উত্তৰঃ

গ) স্বৰ্গদেউ _______ৰ দিনতহে বৰ্তমানৰ ৰংঘৰটো পকী কৰা হৈছিল।

উত্তৰঃ

ঘ) হাঁচতি, টঙালি আদি_______ৰেই অৱদান। 

উত্তৰঃ

ঙ) বৌদ্ধ শ্রমণ বা ভিক্ষুসকলে_______সমূহ ৰচনা কৰিছিল।

উত্তৰঃ

৪। চমুটোকা লিখা (৫০টা মান শব্দৰ ভিতৰত লিখিবা) :

ক) মধ্যযুগৰ অসমত নাৰীৰ স্থান। 

উত্তৰঃ

(খ) আহোমসকলৰ স্থাপত্য ভাস্কর্য।

উত্তৰঃ

গ) কছাৰীসকলৰ স্থাপত্য ভাস্কর্য।

উত্তৰঃ

ঘ) সাহিত্য-সংস্কৃতি’লৈ কোচসকলৰ অৱদান।

উত্তৰঃ

ঙ) মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা।

উত্তৰঃ

৫। শুদ্ধ/অশুদ্ধ লিখা :

ক) মধ্যযুগৰ সমাজ ব্যৱস্থাত উদাৰ নীতিক প্রাধান্য দিয়া হৈছিল নহৈছিল।

উত্তৰঃ

খ) পাট কাপোৰৰ কথা অৰ্থশাস্ত্ৰত/কীৰ্তনত/ৰত্নমালাত উল্লেখ আছে।

উত্তৰঃ

(গ) আহোম/কোচ/কছাৰীসকলে প্রথমে ইটাৰ ব্যৱহাৰ কৰিছিল।

উত্তৰঃ

ঘ) অনন্ত কন্দলীয়ে/শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে পোন প্রথমে অসমত সত্ৰ প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ

ঙ) কোচসকলে/আহোমসকলে বংগদেশৰপৰা লোণ আমদানি কৰিছিল।

উত্তৰঃ

Type by Ishan Bora

Last Update by Dipawali Bora (11.05.2022)