আকাশেদি এজাক বগলী উৰি গৈছিল,এজনী বগলীয়ে সুধিলে ”ক’লৈ যোৱা এশ ভাই ?”জাকৰ মাজৰ এজনী বগলীয়ে ক’লে—”এশ ভাই নহয়; আহিছো যিমান আছে সিমান তাৰে আধা তাৰে পোৱা,তোৰে সৈতে এশ হোৱা”বগলীৰ জাকটোত বগলী কিমান আছিল?

উত্তৰঃ ৩৬ টা ।