আঙুৰলতা ডেকা

১) আঙুৰলতা ডেকা কোন ?

উত্তৰঃ আঙুৰলতা ডেকা এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী।

২) আঙুৰলতা ডেকাৰ দাম্পত্যসঙ্গী কোন ?

উত্তৰঃ আঙুৰলতা ডেকাৰ দাম্পত্যসঙ্গী হল আকাশদ্বীপ ডেকা।

৩) আঙুৰলতা ডেকাৰ জন্মস্থান কি ?

উত্তৰঃ আঙুৰলতা ডেকাৰ জন্মস্থান হল- নলবাৰী।

৪) আঙুৰলতা ডেকা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ আঙুৰলতা ডেকা ১৯৮৬ চনৰ ৩১ জানুৱাৰী তাৰিখে জন্ম হৈছিল।

৫) আঙুৰলতা ডেকাৰ সন্তান কেইটা ?

উত্তৰঃ আঙুৰলতা ডেকাৰ সন্তান ১টা।

৬) আঙুৰলতা ডেকা কোন দলৰ নেতা ?

উত্তৰঃ আঙুৰলতা ডেকা ভাৰতীয় জনতা পাৰ্টী দলৰ নেতা।

৭) কোনখন অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলাইছিল ?

উত্তৰঃ ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়।

৮) আঙুৰলতা ডেকা কোন সমষ্টিৰ বিধায়িকা আছিল ?

উত্তৰঃ আঙুৰলতা ডেকা ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা আছিল।

৯) আঙুৰলতা ডেকাই কিমান চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ?

উত্তৰঃ আঙুৰলতা ডেকাই ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল।

১০) আঙুৰলতা ডেকা কিমান চনত ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা হৈছিল ?

উত্তৰঃ আঙুৰলতা ডেকা ২০১৬ চনত ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা হৈছিল।

১১) আঙৰলতা ডেকাই অভিনয় কৰা চিনেমা কেইখনৰ নাম লিখা ?

উত্তৰঃ আঙৰলতা ডেকাই অভিনয় কৰা চিনেমা কেইখন হল- আমি অসমীয়া,জোনদা ইমান গুণ্ডা,বাঁকৰ পুতেক, সূৰ্যাস্ত, হিয়া দিবা কাক ইত্যাদি।