কিছুমান প্ৰাকৃতিক পৰিঘটনা | অধ্যায় ১৫ | Chapter 15 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Science Sankardev School Question and Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী কিছুমান প্ৰাকৃতিক পৰিঘটনা পাঠটো প্ৰশ্ন উত্তৰ | অধ্যায় ১৫ | Class 8 Science Sankardev School Free Question Answer Notes |

কিছুমান প্ৰাকৃতিক পৰিঘটনা

 অধ্যায় ১৫

১) শুদ্ধ ( শু ) নে অশুদ্ধ ( অ ) লিখাঃ

ক) ঘর্ষণৰ ফলত সৃষ্টি হােৱা আধানক স্থৈতিক আধান বােলে।

উত্তৰঃ শুদ্ধ।

খ) এটা আহিত বস্তুৰপৰা ভূমিলৈ আধান স্থানান্তৰক ভূমিসংযােগ বােলে।

উত্তৰঃ শুদ্ধ।

গ) ভূমিকম্পৰ কথা আগতীয়াকৈ ক’ব পৰা যায়। 

উত্তৰঃ অশুদ্ধ।

ঘ) কাঁচৰ দণ্ড পাটৰ কাপােৰেৰে ঘঁহি পােৱা আধানক ঋণাত্মক আধান বােলে।

উত্তৰঃ অশুদ্ধ।

২) আহিত বস্তু এটা হাতেৰে চুলে বস্তুটোৱে কিয় আধান হেৰুৱায় ব্যাখ্যা কৰা।

উত্তৰঃ- 

৩) ভূমিকম্পৰ ধ্বংসকাৰী শক্তি জোখা স্কেলডালৰ নাম লিখা, এই স্কেলত পােৱা ৭ ৰ ওপৰ ভূমিকম্প ক্ষতিকাৰনে? 

উত্তৰঃ- ভূমিকম্পৰ ধ্বংসকাৰী শক্তি জোখা স্কেলডালৰ নাম হ’ল- ৰিখ্টাৰ স্কেল। এই স্কেলত পোৱা ৭ ওপৰৰ ভূমিকম্প 

৪) বজ্ৰপাতৰপৰা নিজকে সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থাৰ আভাস দিয়া। 

উত্তৰঃ- বজ্ৰপাতৰ পৰা সুৰক্ষিত কৰিব পৰা তিনিটা ব্যৱস্থা হ’ল-

(১) বিজুলী-ঢেৰেকনিৰ সময়ত মুক্ত স্থান সুৰক্ষিত নহয়।

(২) ঢেৰেকনিৰ সময়ত শব্দ শুনিলেই সুৰক্ষিত স্থানলৈ যাব লাগে।

(৩) ঢেৰেকনিৰ শব্দ শুনি কিছুসময় ৰৈ হে বাহিৰলৈ ওলাব লাগে।

৫) আহিত বস্তু এটা নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো চিত্ৰৰ সহায়েৰে বৰ্ণনা কৰা।

উত্তৰঃ- 

৬) অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়নে? ভাৰতবৰ্ষৰ ভূমিকম্পপ্রৱণ তিনিখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ-অসম ৰাজ্য ভূমিকম্পপ্ৰৱণ হয়। ভাৰতবৰ্ষৰ ভূমিকম্পপ্ৰৱণ তিনিখন ৰাজ্যৰ নাম হ’ল- গুজৰাটৰ ভুজ জিলা, কাশ্মীৰৰ উৰি আৰু টাংধৰ টাউনত।

৭) চ্যুতি অঞ্চল কাক বােলে? এই অঞ্চলত সহজে ভূমিকম্প হয়নে?

উত্তৰঃ-পৃথিৱীত ভূমিকম্প হ’ব পাৰে। বেছিভাগ ভূমিকম্পই অৱশ্যে পৃথিৱীৰ খোলাৰ ফলকবোৰৰ গতিশীলতাৰ বাবেই হয়। সেইবাবে ফলকবোৰৰ পৰিসীমাবোৰ দূৰ্বল অঞ্চল হয় য’ত সহজে ভূমিকম্প হয়। দূৰ্বল অঞ্চলবোৰক ভূমিকম্প প্ৰৱণ বা চ্যুতি অঞ্চল বোলে। এই অঞ্চলত সহজে ভূমিকম্প হয়।

৮) ভূমিসংযােগ কি? অট্টালিকাত কিয় ভূমিসংযােগ কৰিব লাগে বহলাই লিখা। 

উত্তৰঃ- এটা আহিত বস্তুৰ পৰা ভূমিলৈ আধান স্থানান্তৰক কৰাকে ভূমি সংযোগ বোলে। 

৯) পৃথিৱীৰ গঠনৰ চিত্র আঁকি বিভিন্ন অংশসমূহৰ নাম লিখা।

উত্তৰঃ-  

১০) পৃথিৱীৰ ফলকবােৰৰ গতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- 

সম্প্রসাৰিত শিকন – ক্রিয়াকলাপ আৰু প্রকল্পসমূহ 

১) এটা পানীৰ টেপ খােলা। পানীৰ প্ৰৱাহ নিয়ন্ত্রণ কৰা যাতে এটা পাতল সোঁত বৈ যায়। এটা ৰিফিল আহিত কৰা। ইয়াক পানীৰ সোঁতৰ ওচৰলৈ আনা। কি হয় নিৰিক্ষণ কৰা। ইয়াৰ ওপৰত এটা চমু টোকা লিখা।

উত্তৰঃ

২) নিজৰ বাবে আধান নির্ণায়ক সাজা। ১০ চেঃমিঃ % ৩ চেঃমিঃ এটা টুকুৰা কাগজ লােৱা।

চিত্ৰত দেখুওৱাৰ দৰে আকৃতি দিয়া। এটা বেজিত ভাৰসাম্য ৰাখা। আহিত বস্তু এটা ইয়াৰ ওচৰলৈ আনা। কি হয় নিৰীক্ষণ কৰা। ইয়াৰ কার্যক্রমণিকা ব্যাখ্যা কৰি এটি চমু টোকা লিখা।

৩ ) এই ক্রিয়া – কলাপটো নিশা সম্পন্ন কৰিব লাগে। টিউব লাইট থকা এটা কোঠালৈ যােৱা। বেলুন এটা আহিত কৰা। টিউব লাইটটো নুমাই দি কোঠাটো সম্পূর্ণ এন্ধাৰ কৰা। আহিত বেলুনটো টিউব লাইটটোৰ ওচৰলৈ আনা। এটা পাতল জিলিকনি দেখিবা। বেলুনটো টিউবটোৰ দৈৰ্ঘ্যৰলৈকে ঘূৰাই দিয়া আৰু উজ্জ্বলতাৰ পৰিৱৰ্তন নিৰীক্ষণ কৰা ৷ 

সাৱধান– টিউবটোৰ ধাতৱ অংশ বা বিদ্যুতৰ লগত সংলগ্ন তাঁৰবােৰ নুচুবা। 

উত্তৰঃ

৪) প্রাকৃতিক দুর্যোগত পীড়িত লােকসকলক সাহায্য দিয়া কোনাে সংস্থা আছে নেকি খবৰ কৰা। ভূমিকম্প পীড়িত লােকসকলক কেনে ধৰণৰ সাহায্য প্রদান কৰে সােধা। পীড়িতসকলৰ সমস্যাসমূহৰ ওপৰত এটা বিৱৰণ প্ৰস্তুত কৰা ৷

উত্তৰঃ

Type- Nayan Jyoti Bordoloi

Author: Himashree Bora.

Post ID : DABP006188