কিনোতাই কিনে, ৰান্ধনীয়ে ৰান্ধে,বাঢ়োতাই বাঢ়ি দিয়ে কিন্তু খাওঁতাই পেলাইহে দিয়ে?

উত্তৰঃ তেজপাত