গছডাল সৰু বহুত ফল ধৰে, এটা যদি কামোৰ মাৰে উহ্-আহ্ কৰে ?

উত্তৰঃ জলকীয়া