গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিত্ব । পাঠ ১৭ । Chapter 17 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science Notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব

পাঠ – ১৭ 

অনুশীলনী 

১। দুটা বাক্যত উত্তৰ লিখা-

ক) গণতন্ত্র কেইপ্রকাৰৰ ? প্ৰতিটো প্ৰকাৰৰে একোটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ গণতন্ত্ৰ দুই প্ৰকাৰৰ। সেইকেইটা হ’ল প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ। 

খ) আগৰ কালত প্রত্যক্ষ গণতন্ত্র ক’ত আছিল আৰু সেয়া কিয় সম্ভৱ হৈছিল ? 

উত্তৰঃ 

গ) জনমত মানে কি বুজা আৰু জনমত গঠনত কিহে সহায় কৰে ? 

উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ সমূহীয়া মত। জনমত গঠন কৰাত সহায় কৰে ৰাজনৈতিক দল, শিক্ষানুষ্ঠান, প্ৰচাৰ মাধ্যম, চলচ্চিত্ৰ, সাংস্কৃতিক অনুষ্ঠান আদিয়ে।

ঘ) গণতন্ত্ৰত ৰাজনৈতিক দল কিয় লাগে ? দুটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ

ঙ) পৰােক্ষ গণতন্ত্রত নাগৰিকে কেনেকৈ অংশগ্রহণ কৰে ?

উত্তৰঃ

২। ৩ টা বা ৪টা বাক্যত উত্তৰ দিয়া- 

ক) নাগৰিক আৰু ভােটদাতাৰ মাজত পাথক্য কি ? 

উত্তৰঃ

খ) নাগৰিকসকল কেনেকুৱা হ’ব লাগে ? 

উত্তৰঃ

গ) কোন দেশত এতিয়াও প্রত্যক্ষ গণতন্ত্ৰ আছে ? 

উত্তৰঃ

ঘ) ভাৰতীয় নাগৰিকত্ব আইন কোন চনত প্রণয়ন কৰা হয় ? 

উত্তৰঃ

ঙ) ছিকিমৰ বাসিন্দাসকল ক’ৰ নাগৰিক ?

উত্তৰঃ 

Type Sri Sourav Bora 

Post ID : DABP006064