চাৰিটা আখৰেৰে নামটি গঠিত,প্ৰথম দুই আখৰে এবিধ ৰঙক বুজায়,শেষ দুই আখৰে অলংকাৰ বুজায় যেয়ে নামটো ক’ব পাৰে বুধিয়ক সুচায় ?

উত্তৰঃ নীলমণি