জলজন্তু নহয় কিন্তু জলতে থাকয়,মানুহ-জন্তু সবক বুকুতেই লয়,ভৰি নাই তাৰ যায় পবনৰ গতি,কাণত ধৰে যেয়ে সিয়ে তাৰ পতি ?

উত্তৰঃ নাও ।