তিনিটা আখৰেৰে মোৰ নামটো হয়,শেষৰটো মুচিলে কান্ধেৰে বয়,মাজৰটো মুচিলে সকলোৱে খায়,প্ৰথমটো মুচিলে নিমগ্ন হৈ ৰয় ?

উত্তৰঃ ভাৰত