তিনিটা নামেৰে মোৰ নামটো গঠিত, প্ৰথমে দ্বিতীয়ই মিলি সোমাওঁ ফলত । দ্বিতীয়ই তৃতীয়ই মিলি থাকো ভড়ালৰ চুকত,প্ৰথমে তৃতীয়ই মিলি নদীত মিহলো ?

উত্তৰঃ বাদুলি ।