তোৰ গলে মোৰ হাতে লগ লাগিল পেটে পেটে। টুপুৰ টুপুৰ পৰে পানী,তিতি গ’ল মেখেলাখনি?

উত্তৰঃকলহ কাষত লৈ পানী অনা তিৰোতা