নোমলক কোমল কৰিলো,ভীমৰ মূৰটো ভাঙিলো; ৰঙাক ৰখীয়া থৈ বগীক বিচাৰি গ’লো?

উত্তৰঃ কোমল চাউল,ভীমকল আৰু গুৰ যোগাৰ কৰি গাখীৰ বিচাৰি যোৱা