পোহৰ | অধ্যায় ১৬ | Chapter 16 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Science Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | শংকৰদেৱ বিদ্য়ালয় অষ্টম শ্ৰেণী পোহৰ পাঠটো প্ৰশ্ন উত্তৰ অধ্যায় ১৬ | Class 8 Science Sankardev School Free Question Answer Assam |

পোহৰ 

অধ্যায় ১৬

১. অনুশীলনী

 ১। যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ’লে, পােহৰৰ বেগ—

(ক) দুয়ােটা মাধ্যমত সমান 

(খ) মাধ্যম B তকৈ A ত বেছি।

(গ) মাধ্যম A তকৈ মাধ্যম B ত বেছি। 

উত্তৰঃ মাধ্যম A তকৈ মাধ্য়ম B বেছি।

২। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্রৱেশ কৰিলে পােহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয়?

উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক পোহৰ প্ৰতিফলন বুলি কোৱা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

 (ক) পােহৰ ৰশ্মি পানীৰপৰা বায়ুত প্রৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ – ( কাষ চাপে, আঁতৰি যায় ) 

উত্তৰঃ পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ আঁতৰি যায়।

(খ) পােহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্রৱেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ – ( আঁতৰি যায়, কাষ চাপে )

উত্তৰঃ পোহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে।

(গ) বায়ুৰপৰা পােহৰ ৰশ্মি পানীত প্রৱেশ কৰিলে ইয়াৰ বেগ – ( বাঢ়ে, কমে , একে থাকে )

উত্তৰঃ বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ কমে।

 ৪। “ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰপৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। ” কিয় এনে হয় ৰশ্মি চিত্র আঁকি বুজাই লিখা। 

উত্তৰঃ 

৫৷ পােহৰৰ প্রতিসৰণ কাক বােলে?

উত্তৰঃ পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুয়োটা মাধ্যমৰ সন্ধি তলত পোহৰৰ দিশ সামান্য সলনি হয়। ইয়াকে পোহৰৰ প্ৰতিসৰণ বােলে।

 ৬। বায়ুৰপৰা কাচলৈ আৰু কাচৰপৰা বায়ুলৈ পােহৰ কেনেকৈ প্রতিসৰিত হয় চিত্রসহ ব্যাখ্য কৰা।

উত্তৰঃ 

২. অনুশীলনীঃ

১। লেন্স কাক বােলে? প্রধান লেন্স দুবিধৰ নাম কি কি?

উত্তৰঃ দুখন গোলকীয় তৰল বা এখন গোলকীয় আৰু এখন সমতলৰ মাজত আৱদ্ধ প্ৰতিসাৰক মাধ্যমক লেন্ছ বুলি কোৱা হয়। প্ৰধান লেন্ছ দুবিধৰ নাম হ’ল – উত্তল লেন্ছ আৰু অৱতল লেন্ছ।

২। লেন্সৰ আলােককেন্দ্র কাক বােলে চিত্র আঁকি দেখুওৱা।

উত্তৰঃ-  

৩। উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয় চিত্র আঁকি দেখুওৱা।

উত্তৰঃ- 

 ৪। উত্তল অথবা অৱতল লেন্সৰ (ক) ভজকেন্দ্র, (খ) মুখ্য অক্ষ, (গ) ফ’কাছ (ঘ) ফ’কাছ দৈর্ঘ্য কাক বােলে চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ-

 ৫। এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা।

উত্তৰঃ- 

 ৬। উত্তল লেন্স এখনৰ সন্মুখত লক্ষ্যবস্তু এটা 

(ক) অসীম দূৰত্ব আৰু ভাজকেন্দ্ৰৰ মাজত, 

(খ) ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত,

(গ) ফ’কাছ বিন্দুত,

(ঙ) ফ’কাছ আৰু আলােককেন্দ্ৰৰ মাজত অৱস্থান কৰিলে, প্রতিবিম্বৰ অৱস্থান প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব ৰাশি চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ-

৭। অৱতল লেন্স এখনৰ সমুখত থকা থিয় লক্ষ্যবস্তু এটা প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ-

 ৮। খালী ঠাই পূৰণ কৰা 

 (ক) দুখন  তলেৰে আৱৰা  মাধ্যমক  লেন্স বােলে।

উত্তৰঃ উত্তল বা অৱতল, প্ৰতিসাৰক, উত্তল বা অৱতল। 

(খ) উত্তল লেন্সক  লেন্স আৰু অৱতল লেন্সক  লেন্স বুলি কোৱা হয়। 

উত্তৰঃ অভিসাৰী,অপসাৰী। 

(গ) উত্তল লেন্সৰ মাজৰ ভাগ  আৰু অৱতল লেন্সৰ মাজৰ ভাগ  হয় ।

উত্তৰঃ ডাঠ, পাতল।

(ঘ) প্রতিখন লেন্সৰ  নাভি থাকে । 

উত্তৰঃ ফ’কাছ বিন্দু।

(ঙ) অৱতল লেন্সত সদায়  প্রতিবিম্ব গঠিত হয়। 

উত্তৰঃ অসৎ।

(চ) লেন্সৰ  মাজেৰে পাৰ হৈ যােৱা ৰশ্মিৰ দিশ সলনি নহয়।

উত্তৰঃ আলোক কেন্দ্ৰ।

৯। এটা শব্দত উত্তৰ দিয়া। 

(ক) লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পােহৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি? 

উত্তৰঃ-  লেন্ছত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰ দিশ পৰিনৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম হ’ল আলােক বিন্দু।

(খ) উত্তল লেন্সৰ ফ’কাছ বিন্দুত অৱস্থিত বস্তু এটা প্রতিবিম্ব ক’ত গঠিত হয়?

উত্তৰঃ-উত্তল লেন্ছৰ ফ’কাছ বিন্দুত অৱস্থিত বস্তু এটা প্ৰতিবিম্ব অসীম আৰু ভাজকেন্দ্ৰ মাজত গঠিত হয়।

(গ) উত্তল লেন্সৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ক’ত ৰাখিব লাগিব?

উত্তৰঃ-উত্তল লেন্ছৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ভাজকেন্দ্ৰত ৰাখিব লাগিব।

(ঘ) লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্রতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব?

উত্তৰঃ-লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্ছৰ ভাজকেন্দ্ৰ আৰু ফ’কাছ বিন্দুৰ মাজত ৰাখিব লাগিব।

(ঙ) লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্রতিবিম্ব পাবলৈ কি লেন্স ব্যৱহাৰ কৰিবা?

উত্তৰঃ-লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ অৱতল লেন্ছ ব্যৱহাৰ কৰিবা । 

 ১০। সত্য নে অসত্য কোৱাঃ

(ক) উত্তল লেন্সে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে। 

উত্তৰঃ অসত্য। 

(খ) অৱতল লেন্সে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ অসত্য।

(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্রতিবিম্ব নাভিত গঠিত হয়।

উত্তৰঃ সত্য।

(ঘ) উত্তল লেন্সক অপসাৰী লেন্স বােলা হয়। 

উত্তৰঃ অসত্য।

(ঙ) প্রতিখন লেন্সৰ দুয়ােফালে দুটা ফ’কাছ বিন্দু থাকে।

উত্তৰঃ অসত্য।

৩. অনুশীলনীঃ

 ১। খালী ঠাই পূৰণ কৰা 

 ক ) হালধীয়া বস্তুৱে  ৰঙৰ পােহৰ প্রতিফলিত কৰে ।

উত্তৰঃ হালধীয়া।

 খ ) কলা বস্তুৱে তাৰ ওপৰত পৰা সকলাে ৰঙৰ পােহৰ  কৰে। 

উত্তৰঃ শোষণ।

গ ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলাে ৰঙৰ পােহৰ  কৰে।

উত্তৰঃ প্ৰতিফলন।

 ঘ ) প্রিজমৰদ্বাৰা সূৰ্যৰ বগা পােহৰক  ৰঙলৈ বিশ্লেষণ কৰাকে  বােলা হয়। 

উত্তৰঃ         , বিছুৰণ 

ঙ) নীলা ৰঙৰ কাচ এখনে ইয়াৰ মাজেৰে কেৱল  ———- ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে।

উত্তৰঃ নীলা।

২। হালধীয়া ফুল এপাহ সূৰ্যৰ পােহৰত কিয় হালধীয়া দেখি বুজাই লিখা। 

উত্তৰঃ- 

৩। তুমি পিন্ধি থকা বগা চোলাটো সূর্যৰ পােহৰত কিয় বগা দেখি বুজাই লিখা। 

উত্তৰঃ-

৪। “ জাৰকালি কলা কাপােৰ পৰিধান কৰা ভাল । ” ইয়াৰ কাৰণ কি?

উত্তৰঃ-

 ৫। “ গ্রীষ্মৰ দিনত বগা পােছাক পৰিধান কৰা ভাল । ” ইয়াৰ কাৰণ কি? 

উত্তৰঃ-

৬। “ গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাচ এখনৰ মাজেৰে চালে কলা দেখা যায় । ” ইয়াৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ-

৪. অনুশীলনীঃ

 ১. অণুবীক্ষণ যন্ত্র কাক বােলে? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্র আঁকি কার্যপ্রণালী বর্ণনা কৰা।

উত্তৰঃ- ওচৰৰে সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক অণুবীক্ষণ যন্ত্ৰ বোলে।

 ২. দূৰবীণ কাক বােলে? দূৰবীণৰ গঠন প্রণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা।

উত্তৰঃ-দূৰৈৰ বস্তু এটাক ওচৰতে চাব পৰা আলোক যন্ত্ৰক দূৰবীণ বা দূৰবীক্ষণ যন্ত্ৰ বোলে।

৩. মানুহৰ চকুৰ পৰিষ্কাৰ চিত্র অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ-  


 

৪. খালী ঠাই পূৰণ কৰাঃ

ক) অণুবীক্ষণৰ সহায়ত  বস্তু এটাক  চাব পৰা যায়।

উত্তৰঃ সৰু, ডাঙৰকৈ।

খ) দূৰবীণৰ সহায়ত  বস্তু এটাক  চাব পৰা যায়।

উত্তৰঃ দূৰৰ, ওচৰত।

গ) অণুবীক্ষণ কিম্বা দূৰবীক্ষণ যন্ত্রত লক্ষ্য বস্তুৰ পিনে থকা লেন্সখনক  আৰু চকুৰ পিনে থকা লেন্সখনক   বােলে।

উত্তৰঃ অভিলক্ষ, অভিনেত্ৰ।  

ঘ) আমাৰ চকুৰ লেন্সখন  প্ৰকৃতিৰ আৰু ই তৈয়াৰী।

উত্তৰঃ উত্তল, প্ৰটিনেৰে। 

ঙ ) চকুৰ পদাখনৰ নাম । 

উত্তৰঃ ৰেটিনা।

চ)  হল চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ।

উত্তৰঃ কৰ্ণিয়া।

ছ) চকুত প্রৱেশ কৰা পােহৰৰ পৰিমাণ  নিয়ন্ত্রণ কৰে।

উত্তৰঃ আইৰিছ।

জ ) নিকট দৃষ্টিসম্পন্ন মানুহে   বস্তু ভালকৈ দেখা পায়, ——— কিন্তু মনিব নােৱাৰে।

উত্তৰঃ ওচৰৰ, দূৰৰ।

ঝ ) সুদূৰ দৃষ্টিসম্পন্ন মানুহে  বস্তু ভালদৰে দেখা পায়, কিন্তু বস্তু ভালদৰে মনিব নােৱাৰে।

উত্তৰঃ দূৰৰ, ওচৰৰ।

ঞ) নিকট দৃষ্টি বিকাৰ  লেন্সৰ চছমাৰ সহায়েৰে আৰু সুদূৰ দৃষ্টিৰ বিকাৰ  লেন্স চছমাৰ সহায়েৰে নােহােৱা কৰিব পাৰি। 

উত্তৰঃ অৱতল।

ট) আমাৰ চকুৰ  নাম ৰেটিনা।

উত্তৰঃ পৰ্দাখনৰ। 

৫। চমু উত্তৰ দিয়াঃ

ক) আমাৰ চকুত থকা লেন্সখন কি প্রকৃতিৰ?

উত্তৰঃ-আমাৰ চকুত থকা লেন্ছখন উত্তল প্ৰকৃতিৰ।

খ) আমি চকুৰে দেখা বস্তুৰ প্রতিবিম্ব ক’ত গঠিত হয়। 

উত্তৰঃ-আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠিত হয়।

গ) চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি? 

উত্তৰঃ-  চকুৰ সমুখ ভাগৰ থকা স্বচ্ছ আৱৰণখনৰ নাম হ’ল- কৰ্ণিয়া।

ঘ) লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদার্থবিধৰ নাম কি?

উত্তৰঃ-  লেন্ছ আৰু ৰেটিনাৰ মাজত ঠাইখিনিত জেলী সদৃশ পদাৰ্থ বিধৰ নাম হ’ল- ভিট্ৰিমাছ হিউমাছ।

ঙ) লেন্সৰ সমুখত থকা পনীয়া পদার্থবিধৰ নাম কি ? 

উত্তৰঃ- লেন্ছৰ সমুখত থকা পনীয়া পদাৰ্থবিধৰ নাম হ’ল- একুৱাছ হিউমাছ

চ) চকুৰ মণিটো কলা দেখা যায় কিয়? 

উত্তৰঃ- চকুৰ মণিত পৰা সকলো পোহৰ চকুত ভিতৰলৈ সোমাই যায়,ইয়াৰ কোনো অংশ প্ৰতিফলিত নহয়। সেইবাবে চকুৰ মণিটো ক’লা দেখা যায়। 

ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা? 

উত্তৰঃ- চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম হ’ল- ৰ’ড আৰু ক’ন।

জ) আইৰিছ ( Iris ) ৰ মাজত ক’লা ৰঙৰ ছিদ্র এটা আছে । ইয়াৰ নাম কি? 

উত্তৰঃ-আইৰিছ ( Iris) ৰ মাজৰ ক’লা ৰঙৰ ছিদ্ৰ এটা আছে। ইয়াৰ নাম হ’ল- চকুৰ মণি।  

৬। দৃষ্টিদোষ কাক বােলে? দুবিধ প্রধান দৃষ্টিদোষৰ নাম লিখা? 

উত্তৰঃ- বয়সৰ কাৰণে বা স্বাস্থ্যজনিত বিভিন্ন কাৰণত চকুৰ ওচৰত বা আতঁৰত থকা বস্তুৰ স্পষ্ট আৰু অবিকৃত প্ৰতিবিম্ব ৰেটিনাত সৃষ্টি নহবও পাৰে। এনে সমস্যাক দৃষ্টি দোষ বুলি কোৱা হয়। দুবিধ প্ৰধান দৃষ্টিদোষৰ নাম হ’ল (১) নিকট দৃষ্টি আৰু (২) সুদূৰ দৃষ্টি।

৭। নিকট দৃষ্টি কাক বােলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্র আঁকি বুজাই লিখা। 

উত্তৰঃ-যিবোৰ মানুহে ওচৰৰ বস্তু ভালকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু মনিব নোৱাৰে তাকে নিকট দৃষ্টি বোলা হয়।

৮। সুদূৰ দৃষ্টি কাক বােলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্রসহ বর্ণনা কৰা।

উত্তৰঃ-যিবোৰ মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ মনিব নোৱাৰে তাকে সুদূৰ দৃষ্টি বোলা হয়। 

Author : Himashree Bora. 

Post ID : DABP006192