প্ৰাণীৰ প্ৰজনন | অধ্যায় ৯ | Chapter 9 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | Class 8 Sankardev School Free Question Answer Notes | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী প্ৰশ্ন উত্তৰ | অধ্যায় ৯ | Chapter 9 | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী প্ৰাণীৰ প্ৰজনন পাঠটো প্ৰশ্ন উত্তৰ |


প্ৰাণীৰ প্ৰজনন

Lesson 9

১। জীৱৰ প্ৰজননৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ-

২। মানুহৰ নিষেচনৰ প্রক্রিয়া বর্ণনা কৰা।

উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় হৈছে শুক্ৰাণু ডিম্বাণুৰ সংযোজন। শুক্ৰাণুবোৰ যেতিয়া এটা ডিম্বাণুৰ সংস্পৰ্শলৈ আহে তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ লগত সংযোজন হ’ব পাৰে। ডিম্বাণু আৰু শুক্ৰাণুৰ সংযোজনকে নিষেচন বোলে। নিষেচনত শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটাৰ সংযোজন হৈ এটা একক কোষকেন্দ্ৰ গঠন কৰে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা।

(ক) আভ্যন্তৰীণ নিষেচন সম্পন্ন হয়।

(i) স্ত্রীৰ দেহৰ বাহিৰত 

(ii) স্ত্রীৰ দেহত 

(iii) পুং দেহত

(iv) পুং দেহৰ বাহিৰত 

(খ) এটা লালুকী প্রাপ্তবয়স্ক ভেকুলী এটালৈ বিকশিত হােৱা প্ৰক্ৰিয়াটো হৈছে।

(i) নিষেচন।

(ii) কায়ান্তৰণ।

(iii) সংস্থাপন

(iv) মুকুলন 

৪। শুদ্ধ ( শু ) নে অশুদ্ধ ( অ ) চিহ্নিত কৰা। 

(ক) ডিম্বজ প্রাণীয়ে পােৱালি জন্ম দিয়ে।

উত্তৰঃ 

(খ) শুক্রাণু এটা একক কোষ। 

উত্তৰঃ

(গ) ভেকুলীত বাহ্যিক নিষেচন সম্পন্ন হয়।

উত্তৰঃ

(ঘ ) যােজন কোষৰপৰা মানুহৰ বিকাশ হয়।

উত্তৰঃ

(ঙ) নিষেচনৰ ফলত যােজন কোষৰ গঠন হয়।

উত্তৰঃ

৫। যোজন কোষ আৰু গৰ্ভভ্ৰূণৰ দুটা পাৰ্থক্য লিখা। 

উত্তৰঃ-

৬। অযৌন প্ৰজননৰ সংজ্ঞা লিখা। প্ৰাণীৰ দুটা অযৌন প্ৰজননৰ পদ্ধতি বৰ্ণনা কৰা। 

উত্তৰঃ-

৭। কোনটো স্ত্ৰীজনন অংগত ভ্ৰূণ সংস্থাপিত হয়?

উত্তৰঃ-

৮। কায়ন্তৰণ কি? উদাহৰণ দিয়া। 

উত্তৰঃ-

৯। আভ্যন্তৰীণ আৰু বাহ্যিক নিষেচনৰ পার্থক্য লিখা।

উত্তৰঃ-

১০। খালী ঠাই পূর্ণ কৰা।

(ক) এটা প্ৰজাতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ হােৱা প্রক্রিয়াক………………বোলে।

(খ) এমিবাই………………….দ্বাৰা প্ৰজন কৰে। 

(গ) হাইদ্রাই…………….দ্বাৰা প্ৰজনন কৰে।

(ঘ) পােৱালি জন্ম দিয়া প্রাণীক……………বােলে। 

(ঙ) ডিম্বাণু আৰু শুক্রাণুৰ সংযােজনক…………..বোলে।

সম্প্রসাৰিত শিকন – ক্রিয়াকলাপ আৰু প্রকল্পসমূহ 

১। কুকুৰাৰ পাম এখন পৰিদৰ্শন কৰা, পামৰ পৰিচালকৰ লগত কথা পাতি নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ বিচাৰি লােৱা।

(ক) কুকুৰা পামৰ কণী পৰা কুকুৰা ( layers ) আৰু ব্ৰয়লাৰ কুকুৰাৰ পার্থক্য কি?

(খ) কুকুৰাই অনিষিক্ত কণী পাৰেনে?

(গ) নিষিক্ত আৰু অনিষিক্ত কণী কেনেকৈ পাবা?

(ঘ) আমি দোকানত পোৱা কণীবোৰ নিষিক্ত নে অনিষিক্ত? 

(ঙ) তোমালোকে নিষিক্ত কণি খাব পাৰানে?

(চ) নিষিক্ত আৰু অনিষিক্ত কণীৰ পুষ্টিৰ মানৰ পাৰ্থক্য আছেনে?

  Type-Nayan Jyoti Bordoloi

Post ID : DABP006165