বজালেও বাজে সজালেও সাজে পাই তাক বজাৰত,হাতৰপৰা পৰি ভাঙিলেহে দুখ লাগি যায় মনত ?

উত্তৰঃ মাটিৰ পাত্ৰ