বসতিঃ গ্ৰাম্য আৰু নগৰীয় জীৱন | অধ্যায় ৪ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 4 Question and Answer Assamese medium | Class 8 Social Science বসতিঃ গ্ৰাম্য আৰু নগৰীয়া জীৱন Chapter 4 Assamese Medium Question and Answer Notes and Suggestion |

বসতিঃ গ্ৰাম্য আৰু নগৰীয় জীৱন

Lesson: 4

১। গ্রামাঞ্চলৰ মানুহে কি কি কার্যবদ্বাৰা জীৱন নিৰ্বাহ কৰে?

উত্তৰঃ

২। গ্রামাঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰ কেইটামান বৈশিষ্ট্য লিখা। 

উত্তৰঃ

৩। গাঁৱৰ অধিকসংখ্যক লোক কৃষিকাৰ্যৰ লগত জড়িত হোৱাৰ কাৰণ কি?

উত্তৰঃ

81 নগৰীয়া জীৱন ধাৰণৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ

৫। নগৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ

৬। তোমাৰ ওচৰৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ নগৰৰ নাম লিখি ইয়াৰ ঐতিহ্য তথা কীৰ্তিচিহ্নসমূহৰ বিষয়ে চমু বর্ণনা দিয়া।

উত্তৰঃ

৭। নগৰ এখন নদীৰ পাৰত অৱস্থিত হ’লে কেনে ধৰণৰ সুবিধা হয় আলোচনা কৰা। নগৰ অঞ্চলত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় আলোচনা কৰা।

উত্তৰঃ

৮। নগৰ অঞ্চলত বাস কৰা লোকে কেনে ধৰণৰ সুবিধা লাভ কৰে আলোচনা কৰা।

উত্তৰঃ১০। অসমৰ এখন মানচিত্র আঁকি অসমৰ দহখন প্রধান নগৰৰ অৱস্থান নিৰূপণ কৰা আৰু নগৰকেইখন কোন জিলাত অৱস্থিত লিখা। 

উত্তৰঃ১১। উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কাৰ্যৰ ওপৰত ভিত্তি কৰি নগৰসমূহক কি কি ভাগত ভগাব পাৰি? 

উত্তৰঃ

১২। চমুকৈ উত্তৰ লিখা :

ক) বসতিক কেইভাগত ভাগ কৰা হয়?

উত্তৰঃ

খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ

গ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ

ঘ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ

ঙ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি? চ) মেগাল’পলিছ কাক বোলে?

উত্তৰঃ

ছ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে? 

উত্তৰঃ

জ) নগৰ, মহানগৰ আৰু অতি-মহানগৰ কাক বোলে?

উত্তৰঃ

১৩। চমুটোকা লিখা 

মেগাল’পলিছ, নগৰীকৰণ, প্রশাসনিক নগৰ, ঔদ্যোগিক নগৰ, পৰ্যটন নগৰ, বুৰঞ্জীপ্ৰসিদ্ধ নগৰ।

উত্তৰঃ১৪। খালী ঠাই পূৰ কৰা : 

ক) একমাত্র গুৱাহাটীতেই মহানগৰীয় পৌৰ প্ৰশাসন ব্যৱস্থা_______ গঠন হৈছে।

উত্তৰঃখ) অসমৰ কৃষিকাৰ্য ওপৰত _______ নিৰ্ভৰশীল৷

উত্তৰঃগ) সিন্ধু নদীৰ উপত্যকাত _______ আৰু _______ নামৰ প্ৰাচীন নগৰ দুখন আছে।

উত্তৰঃঘ) প্রাচীন আৰু মধ্যযুগীয় নগৰসমূহ মূলতঃ_______আৰু ______ পটভূমিত গঢ়ি উঠিছিল। 

উত্তৰঃঙ) অসমৰ অধিকাংশ নগৰ_______ নদীৰ আশে-পাশে অৱস্থিত। 

উত্তৰঃচ) এক নিযুতৰপৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক_______ বোলা হয়।

উত্তৰঃ
ছ) নতুন দিল্লী এখন _______নগৰ।

উত্তৰঃজ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো_______ ৰ কেন্দ্ৰবিন্দু।

উত্তৰঃ

Type by- Ishan Bora

Last update by Dipawali Bora (11.05.2022)