বসতি | অধ্যায় ৩ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 3 Question and Answer Assamese medium | Class 8 Social Science বসতি Chapter 3 Assamese Medium Question and Answer Notes and Suggestion |

 বসতি

Lesson: 3

১। মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা?

উত্তৰঃ

২। মানুহে নদীৰ পাৰৰ ঠাইক স্থায়ী বসতিৰ বাবে নির্বাচন কৰাৰ কাৰণ কি? 

উত্তৰঃ

৩। গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হোৱাৰ কাৰণ কি?

উত্তৰঃ

৪।  গ্রাম্য বসতি আৰু নগৰীয়া বসতিৰ পাৰ্থক্য লিখা। 

উত্তৰঃ

৫। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ

৬। কেন্দ্রীভূত বসতি কেনে ধৰণে সৃষ্টি হয়? 

উত্তৰঃ

৭। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনে ধৰণৰ? 

উত্তৰঃ

৮। গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ

৯। চমুটোকা লিখা— 

ৰৈখিক বসতি, বৰ্গক্ষেত্রাকাৰ বসতি, তৰাৰূপী বসতি, পাতল বসতি। 

উত্তৰঃ

১০। নদীৰ পাৰত অৱস্থিত পৃথিৱীৰ কেইখনমান নগৰ-চহৰৰ নাম লিখা।

উত্তৰঃ

১১। প্রাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বিভিন্ন কার্য কি কি?

উত্তৰঃ

১২। উচ্চভূমি অঞ্চলত কেনে ধৰণৰ খেতি কৰা হয়?

উত্তৰঃ

১৩। খালী ঠাই পূৰ কৰা : 

ক) _______কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।

উত্তৰঃ

খ) _______ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।

উত্তৰঃ

গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক _______ বসতি বোলে। 

উত্তৰঃ

ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা_______ খন।

উত্তৰঃ

ঙ) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় _______হৈছে 

উত্তৰঃ

চ) উন্নত দেশবোৰত শতকৰা_______ জন লোক নগৰ অঞ্চলত বাস কৰে।

উত্তৰঃ

ছ) কৃষিয়েই_______ মূল ভিত্তি।

উত্তৰঃ

জ) আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নথকাত মানুহে_______ যাপন কৰিছিল।

উত্তৰঃ

ঝ) বসতিয়ে সাধাৰণতে মানুহৰ _______কার্যকহে বুজায়।

উত্তৰঃ

Type by – Ishan Bora

Last Update by Dipawali Bora (11.05.2022)