ভাৰতৰ সংবিধান | অধ্যায় ২২ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 22 Question and Answer Assamese medium | Class 8 Social Science Chapter 22 Assamese Medium Question and Answer Notes and Suggestion |

ভাৰতৰ সংবিধান

Lesson: 22

১। দুই নম্বৰৰ বাবে—- এটা বা দুটা বাক্যত উত্তৰ লিখা :

ক) আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ সংবিধানৰ কি কি আদৰ্শ ভাৰতীয় সংবিধানত অনুসৰণ কৰা হৈছে?

উত্তৰঃখ) ১৯১৫ চনৰ আইনৰপৰা কি কি ধাৰণা ভাৰতীয় সংবিধানৰ বাবে গ্ৰহণ কৰা হ’ল? 

উত্তৰঃ

গ) প্ৰস্তাৱনাত কি পোৱা যায়?

উত্তৰঃ

ঘ) ভাৰতবৰ্ষক কিয় গণৰাজ্য বোলা হয়?

উত্তৰঃ

ঙ) ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ বুলিলে কি বুজা?

উত্তৰঃ

২। চাৰি নম্বৰৰ বাবে— চাৰিটা বা পাঁচটা বাক্যত উত্তৰ লিখা :

ক) ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

খ) ব্ৰিটিছ চৰকাৰে ভাৰত শাসনৰ বাবে প্ৰণয়ন কৰা চাৰিখন আইনৰ নাম লিখা।

উত্তৰঃ

গ) ভাৰতৰ সংবিধানখন দীঘল হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

ঘ) ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা একাত্মক গুণ উল্লেখ কৰা।

উত্তৰঃ

ঙ) ভাৰতীয় শাসন ব্যৱস্থাক কিয় সংসদীয় গণতন্ত্র বোলা হয়?

উত্তৰঃ

Type by Ishan Bora

Last Update by Dipawali Bora (11.05.2022)