মূৰত মুকুত গোল গা,পেটৰ মাজত ভৰি হাত, ঘুৰি ফুৰে নলৰে গা,এইনো কি ভাই কোঁৱানা ?

উত্তৰঃ শামুক