শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য । পাঠ ২১ । Chapter 21 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science Notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য


পাঠ – ২১

অনুশীলনী 

(১) চমু উত্তৰ দিয়া- 

(ক) বিশ্বৰ প্রথম মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি ? 

উত্তৰঃ বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম হ’ল- ভেলেন্টিনা টেৰেস্ক’ভা।

(খ) ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম হ’ল- কল্পনা চাওলা আৰু সুনীতা উইলিয়াম্ছ।

(গ) মেগছেছে বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম লিখা । 

উত্তৰঃ মেগছেছ বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম হ’ল – কিৰণ বেদী।

(ঘ) অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম লিখা । 

উত্তৰঃ অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম হ’ল- সংযুক্তা পৰাশৰ।

(ঙ) অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক কি নামেৰে জনা যায় ? 

উত্তৰঃ অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক বীৰাংগনা নামেৰে জনা যায়।

(চ) লিংগ বৈষম্য মানে কি ? 

উত্তৰঃ 

(ছ) শ্ৰমৰ সমমর্যাদা মানে কি ? 

উত্তৰঃ

(জ) শ্ৰমৰ সমমূল্যই কি সূচায় ? 

উত্তৰঃ

(ঝ) অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম লিখা ।

উত্তৰঃ অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম হ’ল- মামণি ৰয়ছম গোস্বামী।

(ঞ) অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম হ’ল- ৰজনীপ্ৰভা শইকীয়া।

(২) টোকা লিখা— 

(ক) নাৰী শিক্ষাৰ গুৰুত্ব ।

উত্তৰঃ 

(খ) নাৰী সবলীকৰণ ।

উত্তৰঃ 

(গ) সমাজৰ উন্নয়নত মহিলাসকলৰ বৰঙণি । 

উত্তৰঃ

(৩) তলত উল্লেখ কৰা মহিলাসকল কি কি ক্ষেত্ৰৰ লগত জড়িত ? 

( i ) প্রতিভা দেৱী সিং পাটিল ।

উত্তৰঃ প্ৰতিভা দেৱী সিং পাটিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল।

( ii ) ইন্দিৰা গান্ধী ।

উত্তৰঃ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী আছিল।

( iii ) কিৰণ বেদী ।

উত্তৰঃ কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা আই. পি. এছ আছিল।

( iv ) চৈয়দা আনােৱাৰ টাইমুৰ ।

উত্তৰঃ চৈয়দা আনোৱাৰ টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী আছিল।

( v ) মামণি ৰয়ছম গােস্বামী ।

উত্তৰঃ মামণি ৰয়ছম গোস্বামী অসমৰ প্ৰথম মহিলা জ্ঞানপীঠ বিজয়িনী আছিল।

( vi ) কল্পনা চাওলা ।

উত্তৰঃ কল্পনা চাওলা ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী আছিল।

( vii ) বাচেন্দ্রী পাল ।

উত্তৰঃ বাচেন্দ্ৰী পাল ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী আছিল।

(৪) উত্তৰ লিখা- 

(১) সুমিত্রাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম কি ? 

উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম হ’ল- নলবাৰী।

(২) ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজত পাৰ্থক্য হ’ল- 

(৩) সুমিত্রাৰ পেহীয়েকৰ জীয়েক তিনিজনীক কি কি কামত নিয়ােগ কৰা হয় ? 

উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকৰ জীয়েক তিনিজনীক 

(৪) সন্তান প্রতিপালনৰ মাজত বৈষম্য ৰখা উচিতনে ? যুক্তি দেখুওৱা ।

উত্তৰঃ

 Type: সৌৰভ বৰা  

Post ID : DABP006071