সৰু সৰু সৰু ল’ৰা গাখীৰ ভাত খায়,ডাঙৰ ডাঙৰ গছৰ স’তে যুঁজিবলৈ যায় ?

উত্তৰঃ কুঠাৰ ।