A GLIMPSE OF MAJULI | Lesson 15 | Class 8 English Question and Answer Assam | Sankardev School Question Answer | Class 8 English Sankardev Suggestion | Class 8 English Notes | Download Books PDF File Class 8 Sankardev

 A GLIMPSE OF MAJULI 

Lesson: 15

QUESTIONS:

Very short type: 

(অতি চমু উত্তৰ) 

1. Why is it difficult to ascertain the year of creation of Majuli ? 

(মাজুলীৰ সৃষ্টিৰ প্ৰকৃত সময়টো নিৰ্ধাৰণ কৰাতো কিয় কঠিন?)

 Ans :Due to the lack· of sufficient and convincing records.

(উপযুক্ত আৰু যুক্তিগত সমলৰ অভাৱৰ বাবে)

2. How many satras were originally set up in Majuli ?

 (মাজুলীত প্ৰকৃততে কেইখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল?) 

Ans: Sixty five satras.  (পয়ষষ্ঠি খন)

3. How many satras currently exist in Majuli ?

 (বৰ্তমান মাজুলীত কেইখন সত্ৰ আছে?)

 Ans: Only twenty two satras (বাইছ খন)

4. What is the present density of population in Majuli ? 

(বৰ্তমান মাজুলীত জনবসতিৰ ঘনত্ব কিমান?) 

Ans: As per 2001 census population of Majuli is 1,53,362 with the population density of 362.

(২০০১ চনৰ লোকপিয়লৰ মতে মাজুলীত ১,৫৩৩৬২ জন লোক আৰু জনবসতিৰ ঘনত্ব ৩৬২)

5. What is Shamuguri Satra famous for ?

(চামগুৰি সত্ৰ কিহৰ বাবে বিখ্যাত?)

Ans: Shamuguri satra is famous for the mask making in India.

(চামগুৰি সত্ৰ মূখা শিল্পৰ বাবে বিখ্যাত)

Short type: 

(চমু প্ৰশ্ন) 

1. What do you understand by ‘manikanchan sanjog’? 

(‘মণিকাঞ্চন সংযোগ’ বুলিলি কি বুজা?)

Ans: The auspicious occasion of meeting of the two saints – Srimanta Sankardeva and Madhabdeva is known to as ‘manikanchan sanjog’.

(শ্ৰীমন্তশঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ সংযোগকে মণিকাঞ্চন সংযোগ বোলে)

2. Where did Srimanta Sankardeva meet his disciple Madhabdeva ? 

(শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ শিষ্য মাধৱদেৱক ক’ত লগ পাইছিল?)

Ans: Srimanta Sankardeva met his disciple  Madhabdeva at Dhowaghat in Belguri.

(শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ শিষ্য মাধৱদেৱক বেলগুৰিৰ ধোৱাঘাটত লগ পাইছিল)

3. What is a typical satra made up of?

 (সত্ৰসমূহ কেনেদৰে সজা হৈছিল?) 

Ans: A typical satra is made up of several structures – Namghar, Manikut, Gurugriha, Bharalghar, Vaishnavgriha, Sari-hati, Karapat; Atithisala, Natyasala and Bhog -ghar.

(সত্ৰসমূহ কেইবাটাও ভাগত বিভক্ত  আছিল  নামঘৰ,  মণিকূট,   গুৰুগৃহ,  ভৰাঁলঘৰ,  বৈষ্ণৱগৃহ ,  শ্ৰীহাটি,  কৰাপাট,   অতিথিশালা    আৰু   ভোগঘৰ)

4. What is ‘Eksarana Naamdharma’ ?

(এপশৰণীয়া নামধৰ্ম কি?)

Ans: The doctrine of Srimanta Sankardeva’s  own brand of new vaishnavism is called ‘Eksarana Hari Naamdhanna’.

(শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মকে একশৰণীয়া নামধৰ্ম বুলি কোৱা হয়)

Essay type :-(দীঘল প্ৰশ্ন) 

1. What does the word Majuli mean ? Write a few lines on the origin of Majuli. 

(মাজুলী শব্দৰ অৰ্থ কি? মাজুলীৰ সৃষ্টিৰ বিষয়ে লিখা)

 Ans: Originally Majuli was a narrow and long piece of land called ‘Majoli’,,which means land in the middle of the two parallel rivers- the Brahmaputra flowing in the north and the Burhidihing river flowing in the south.

 Set amidst the mighty and the mythical male river Brahmaputra, Majuli is known as the oldest and the largest inhabited riverine island of the world. It is not just a single island with a .single parameter but it is the combination of cluster of islets formed and developed in the mid river stream of the mighty Brahmaputra. Due to the lack· of sufficient and convincing records, it is difficult to ascertain the year or the period of the creation of this river island. However, having considered certain geographical evidences and literary accounts, it can be presumed that Majuli took its island shape at least before 13 century AD. Originally the island was a narrow and long piece ofland called ‘Majoli’.Frequent earthquakes in the periods 1661 to 1696, set the stage for a catastrophic flood in· 1750 which is mentioned in historical texts and reflected in folklores. As a result of this flood the river Brahmaputra split into two branches – one flowing along the original channel and the other flowing along the Buridihing channel and consequently Majuli island was formed.

(মাজুলী আচলতে এক ঠেক আৰু দীঘলীয়া ভূখণ্ড আছিল যাক মাজলী বুলি কোৱা হৈছিল যাৰ অৰ্থ আছিল দুখন সামান্তৰাল নৈৰ মাজত অৱস্হিত ভূখণ্ড৷-উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে বুঢ়ীদিহিং৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত মাজুলে বিশ্বৰ প্ৰাচীনতম আৰু বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ বুলি জনাজাত৷ই কেৱল এক বৈশিষ্ট্যপূৰ্ণ নদীদ্বীপেই নহয়,ই ব্ৰহ্মপুত্ৰৰ মাজত গঠিত হোৱা এক দীপপুঞ্জৰ সমষ্টি৷উপযুক্ত আৰু যুক্তিগত সমলৰ অভাৱৰ বাবে ইয়াৰ সৃষ্টিৰ প্ৰকৃত সময়তো নিৰ্ধাৰণ কৰাতো কঠিন৷তথাপিও কিছু ভৌগোলিক প্ৰমাণ আৰু  লিখিত তথ্যৰ ওপৰত ভিত্তি কৰি এয়া অনুমান কৰিব পাৰি যে মাজুলীয়ে ১৩ শতিকাৰ আগতেই বৰ্তমানৰ ৰূপ পাইছিলহি৷মাজুলী আচলতে এক ঠেক আৰু দীঘলীয়া ভূখণ্ড  আছিল৷ ১৬৬১-১৬৯৬ চনৰ মাজত সঘনাই হোৱা ভূমিকম্পই ১৭৫০চনত এক সংহাৰী বানৰ সৃষ্টি কৰিছিল যাৰ কথা ইতিহাসৰ পাতত আৰু লোককথাসমূহত লিপিবদ্ধ আছে৷এই বানৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ দুটা ভাগত বিভক্ত হৈ পৰিছিল৷-এটা মূলসুঁতিৰ পৰা বৈ যোৱা আৰু আনটো বুঢ়ীদিহিংৰ সূতিঁৰ সৈতে বোৱা যাৰ ফলস্বৰূপেই মাজুলীৰ জন্ম হৈছিল৷)

2. Describe the satras of Majuli with special reference to this lesson. 

(পাঠটোৰ সহায় লৈ মাজুলীৰ সত্ৰসমূহলৰ বিষয়ে লিখা)! 

Ans: Majuli is considered as an epicentre of the Vaishnavite culture in 15th century and it is mostly famous for the remarkable satras situated here.In Majuli total 65 satras were set up by Srimanta Sankardeva and his disciple Madhabdeva..’Satras’ are monasteries where the vaishnav bhakats perform rituals of the vaishnavite culture. They live an ascetic life in the satras. A typical satra is made up of several structures – Namghar,Manikut, Gurugriha, Bharalghar, Vaishnavgriha, Sari-hati, Karapat,Atithisala, Natyasala and Bhog-ghar.

At present only 22 of the original 65 satras are operational. The main surviving satras are – Dakhinpat Satra, Garamurh Satra, Auniati Satra, Kamalabari Satra, Bengenaati Satra and Shamuguri Satra. These satras, bear a lot of significance of vaishnavite religion and culture. These satras have a good collection of ancient manuscripts, old utensils, jewellery and handicrafts.

(মাজুলী ১৫শ শতিকাৰ বৈষ্ণৱ সংস্কৃতিৰ এক উৎস বুলি ধৰা হয় আৰু বিশেষকৈ সত্ৰসমূহৰ বাবে অতিকৈ প্ৰসিদ্ধ৷মাজুলীত পয়ষষ্ঠিখন সত্ৰ শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল৷সত্ৰসমূহ আচলতে এক প্ৰকাৰৰ মঠ য’ত বৈষ্ণৱ ভকতসকলে সেৱা আৰু সংস্কৃতিক নীতি নিয়মসমূহ পালন কৰে৷তেওঁলোকে সত্ৰত এক সুসংবদ্ধ জীৱন অতিবাহিত কৰে৷সত্ৰসমূহ কেইবাটাও ভাগত বিভক্ত নামঘৰ,মণিকূট,গুৰুগৃহ,ভৰাঁলঘৰ,বৈষ্ণৱগৃহ,শ্ৰীহাটি,কৰাপাট,অতিথিশালা আৰু ভোগঘৰ৷

বৰ্তমান পয়ষষ্ঠি ভাগ সত্ৰৰ মাজত কেৱল বাইছখন সত্ৰহে আছে৷এইসমূহৰ ভিতৰত প্ৰধান সত্ৰ সমূহ হ’ল দক্ষিণপাট সত্ৰ,গড়মূৰ সত্ৰ,আউনীআটী সত্ৰ,কমলাবাৰী সত্ৰ,বেঙেনাআটী সত্ৰ আৰু চামগুৰি সত্ৰ আদি৷গই সত্ৰসমূহে বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ বিশেষত্ব বহন কৰে৷গই সত্ৰসমূহত পৌৰাণিক পুথি,বাচন বৰ্তন,অলংকাৰ আৰু হস্তশিল্পৰ সংগ্ৰহ আছে৷)

3. Write in brief about the performing art and the major art and craft of satras in Majuli.

(মাজুলীৰ সত্ৰসমূহৰ কলা প্ৰদৰ্শন আৰু মূখ্য কলা হস্তশিল্পৰ বিষয়ে লিখা)

Ans:The satras of Majuli is renowned for its cultural heritage. Various kinds of performing arts like-Ankia Bhaona, Satria Dance, Bor Dhulia, Saru Dhulia etc are held regularly in these satras. Some major art and craft of satras are Hengul Haithal painting, mask culture, pottery culture, bamboo work, wood sculpture etc. Basketry, ivory, silver filigree work area few of the traditional crafts still being carried on in this riverine island. Shamuguri satra is famous for the mask making in India. These satras spread and conserve the faith of new vaishnavism formulate by Sri Sri Sankardeva.

(মাজুলীৰ সত্ৰসমূহঐতিহ্য  সংস্কৃতিৰ বাবে বিখ্যাত৷বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক কলা যেনে অংকীয়া ভাওনা,সত্ৰীয়া নৃত্য,বৰঢুলীয়া আদি নিয়মীত ভাৱে এই সত্ৰসমূহত চৰ্চা কৰা হয়৷ এই সত্ৰসমূহৰ এক উল্লেখযোগ্য কলা হ’ল হেঙুল হাইতাল চিত্ৰকলা,মূখা শিল্প,মৃৎশিল্প,বাঁহ বেতৰ শিল্প,কাঠশিল্প আদি৷ পাচিঁ খৰাহী সজা,হাঁতী দাঁত,ৰূপৰ আ-অলংকাৰ আদি এই নদীদ্বীপটোত বৰ্তমানলৈকে চৰ্চা থকা কিছু ঐতিহ্যপূৰ্ণ শিল্পকলা৷চামগুৰি ভাৰতৰ ভিতৰতে মূখা শিল্পৰ বাবে বিখ্যাত৷এই সত্ৰসমূহে শ্ৰী শ্ৰী শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্মক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে৷

GRAMMAR & USAGE

1. Complete the sentences with adverbs. The first letter( s) of each adverb are given : 

(ক্ৰিয়া বিশেষণেৰে বাক্যসমূহ সম্পূৰ্ণ কৰা৷ প্ৰথম আখৰটো উল্লেখ কৰা হৈছে) 

Ans: (a) We did not go out because it was raining heavily  

(আমি বৰকৈ বৰষুণ দি থকাৰ বাবে বাহিৰলৈ ন’গলোঁ)

(b) Our team lost the game because we played very badly.

(আমাৰ দলটো হাৰিল কাৰণ আমি বৰ বেয়াকৈ খেলিলোঁ)

(c) We had to wait for a long time but we did not complain. We waited patiently.

(আমি বহুত সময় ৰ’বলগীয়া হৈছিল যদিও আমি কোনো আপত্তি নকৰিলোঁ৷আমি ধৈৰ্য্য ধৰি আছিলোঁ) 

(d) Nobody knew Raju was coming to see us. He came unexpectedly.

(ৰাজু আমাক লগ ধৰিবলৈ আহিব বুলি আমি জনাই নাছিলোঁ৷ সি নভবাকৈয়ে আহিল)

(e) Mike keeps fit by playing tennis regularly.

(মাইকে সুস্থ হৈ থাকিবলৈ সদায় টেনিছ খেলে)

2. Put in the right word : 

(শুদ্ধ শব্দটো লিখা) 

(a) The driver of the car was ___ injured.( serious/ seriously) .  

Ans: The driever of the car was seriously injured.

(গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হৈছে)

(b) The driver of the bus had __ injuries. (serious/ seriously) 

Ans: The driever of the bus had serious injuries.

(বাছখনৰ চালকৰ গুৰুতক আঘাত আছে)

(c) I think you behaved very ___ (selfishly/ selfish)  

Ans: I think you behaved very selfishly.

(মই ভাবো তুমি স্বাৰ্থপৰৰ দৰে ব্যৱহাৰ কৰিলা)

(d) Rosy is ___ upset about losing her job. (terrible/ terribly) 

 Ans: Rosy is terribly upset about losing her job.

(ৰ’জী তাইৰ চাকৰি হেৰুৱাকলৈ বৰ দুঃখিত)

(e) Linda likes wearing __ dresses. ( colourful/ colourfully)

Ans: Linda likes wearing colourful dresses.

(লিণ্ডাই ৰঙিল কাপোৰ পিন্ধি ভাল পায়)

Himadri Borah

(M.A in English)

Post ID :DABP006113