A VOYAGE AROUND THE WORLD | Lesson: 3 | Class 8 English Sankardev | Class 8 English Sankardev Question and Answer | Class 8 English Suggestion | Class 8 English Notes | Class 8 Bharati English Reader Question and Answer |

 A VOYAGE AROUND THE WORLD

Lesson: 3

A) Answer the following Questions : (তনত দিয়াসমূহৰ উত্তৰ দিয়া) 

1. Who was Dilip Donde and what was his achievement?

 (দিলীপ দ’ন্দে কোন আৰু তেওঁ কি সফলতা অৰ্জন কৰিছিল?) 

Ans: Dilip Donde is a forty-two-year old trained clearance diver in the Indian Navy.His achievement was He left India on 19 August 2009 to attempt to become the first Indian national to sail around the-world and he was doing it in the first fiberglass yacht built in India.

(দিলীপ দ’ন্দে এজন বিয়াল্লিছ বছৰীয়া প্ৰশিক্ষণপ্ৰাপ্ত ডুবাৰু আছিল৷ তেওঁ 2009 চনৰ 19 আগষ্টত ভাৰতবৰ্ষ এৰিছিল যাতে তেওঁ জলপথেৰে বিশ্ব পৰিভ্ৰমণ পৰা প্ৰথমজন ভাৰতীয় হ’ব পাৰে)

2. What was the special relationship between Dilip and Jessica? 

(দিলীপ আৰু জেছিকাৰ মাজত কি বিশেষ সম্পৰ্ক আছিল?)

 Ans: There was a special relationship between Dilip and Jessica that they both shared their voyages with each other and Dilip understood Jessica very well.

(দিলীপআৰু জেছিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছিল৷তেওঁলোকে নিজৰ যাত্ৰাৰ বিষয়ে ইজনে আনজনৰ সৈতে আলোচনা কৰিছিল আৰু দিলীপে জেছিকাক অতি ভালদৰে বুজি পাইছিল)

3. What happened to the yacht after the third knock-down?

(তৃতীয়টো ধুমুহাৰ পাছত কি হৈছিল?) 

Ans: The third knock-down was the most severe with the mast being pushed 180 degrees into the water. The yatch was picked up, thrown down a wave, then forced under a mountain of breaking water and violently turned upside down.

(তৃতীয়টো ধুমুহা সবাতোতকৈ শক্তিশালী আছিল যিয়ে জাহাজৰ পালখনক ১৮০ ডিগ্ৰী পানীৰ তললৈ টানি নিছিল৷ নাওখন ওপৰলৈ উঠি আহিছিল আৰু পুনৰ এটা ঢৌৱে দূৰলৈ লৈ গৈছিল ,তাৰ পাছত এটা পৰ্বতসম পানীৰ ঢৌত সোমাই পৰিছিল আৰু ওলোটা হৈ পৰিছিল)

4. How did Jessica face the knock-downs?

(জেছিকাই এই ধুমুহাবোৰ কিদৰে সন্মুখিন হৈছিল?) 

Ans: After  the storm with everything battened down and conditions far too dangerous to be on deck , there wasn’t anything Jessicac could do but felt herself in and hold on.Her whole body clenched up and holding on, various objects flying around the cabin.It was a little hard at times to maintain her positive and rational thoughts policy, but overall she thought she could say that the skipper held up as well as Ella’s Pink Lady. It was certainly one of those times when someone start questioning exactly why they’re doing this, but at no point could she not answer her own question with a long list of reasons why the tough times like that are totally worth it. 

(পৰিস্থিতি অত্যন্ত বিপদজনক হোৱাৰ বাবে আৰু ডেকত থকাতো অসম্ভৱ প্ৰায় হৈ পৰাৰ পাছত জেছিকাৰ ধৈৰ্য্য ধৰাৰ বাদে আৰু একো উপায় নাছিল৷তাইৰ সমগ্ৰ শৰীৰ কোঁচ খাই পৰিছিল আৰু কেবিনত বস্তুবোৰ উপঙি আছিল৷এনেকুৱা সময়বোৰত তাইৰ যোগাত্মক মানসিক স্হিতিটো বৰ্তাই ৰখাটো অলপ কঠিন হৈ পৰে যদিও তাই এলাচ পিংক লেডীৰ দৰেই ধৈৰ্য্য ধৰিছিল৷এয়া তেনেসমূহ সময়ৰ মাজত এটা আছিল যেতিয়া মানুহে তেওঁলোকে কিহৰ বাবে এয়া কৰি আছে সেয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে,কিন্ত তাই অনেক কাৰণৰ বাবে এনে কঠিন সময়বোৰৰ প্ৰকৃত গুৰুত্ব বৰ্ণনা কৰিব পাৰে৷

5. How many days did Jessica take to sail around the world? What do you think was remarkable about this feat? 

(জেছিকাই নাৱেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হৈছিল?এই যাত্ৰাৰ কি বিশেষত্ব আছিল?)

Ans: Jessica took 210 days to sail around the world. She had become the youngest person to sail solo around the world, unassisted and nonstop which was the most remarkable aspect about this feat.

(জেছিকাই নাৱেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ 210 দিনৰ প্ৰয়োজন হৈছিল৷ তেওঁ নাৱেৰে অকলে কোনো সহায় নোলোৱাকৈ একেলেথাৰিয়ে বিশ্ব ভ্ৰমণ কৰা প্ৰথমগৰাকী সৰ্বকনিষ্ঠ ব্যক্তি আছিল৷)

6. What were Jessica’s feelings after the worst was over?

(কঠিন সময়বোৰ পাৰ হোৱাৰ পাছত জেছিকাৰ কি অনুভৱ হৈছিল?) 

Ans: Jessica finally cleared up the worst of the damage done by the storm and finally managed some good sleep . Physically,  her arms and legs are all heavy and pathetic and bruised but mentally, she felt  like she has aged a good ten years. Later she got back  to normal then and in good spirits as she approach the halfway mark.

(জেছিকাই সকলোবোৰ ক্ষয় ক্ষতি ঠিক কৰিলে আৰু অলপ সময় গভীৰ ভাৱে টোপনি গ’ল৷শাৰীৰিক ভাৱে তাইৰ ভৰিহাল গধুৰ হৈ পৰিছিল কিন্ত মানসিকভাৱে তাইৰ দহ বছৰৰ পৰিপক্বতা লাভ কৰিলে৷পাছত তেওঁ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি গ’ল আৰু আধাখিনি বাট পাৰ হোৱাৰ কথাটোৱে তাইক নতুন উদ্যম দিলে)

7. What was the name of Jessica’s yacht? 

(জেছিকাৰ নাওখনৰ নাম কি আছিল?

Ans: The name of Jessica’s yacht was Ella’s Pink Lady. 

(জেছিকাৰ নাওখনৰ নাম  আছিল এলাচ পিংক লেডী)

8. What was the name of Jessica’s book?

 (জেছিকাৰ কিতাপখনৰ নাম কি আছিল?) 

Ans: The name of Jessica’s book was ‘True Spirit’.

(জেছিকাৰ কিতাপখনৰ নাম আছিল ট্ৰু স্পিৰিট)

“With wishes like these how can 2010 not be anything but great?” 

(এনেধৰণৰ শুভেচ্ছাৰে 2010 টো ভাল নোহোৱাকৈ পাৰে নে?) 

I . Where did these words appear? 

(এই শব্দকেইটা ক’ত লিখা আছিল?)

Ans: These words appeared in Dilip  Donde’s blog. 

(এই শব্দকেইটা দিলীপ দ’ন্দেৰ লিখনিত আছিল)

2. Why was the phone call a pleasant surprise to Donde?

(ফ’নকলটো দ’ন্দেৰ বাবে কিয় এক আশ্চৰ্য আছিল?)

 Ans: The phone call was a pleasant surprise to Donde because it was close to midnight.

(ফ’নকলটো প্ৰায় মাজৰাতিৰ সময়ত অহাৰ বাবে ই দ’ন্দেৰ বাবে কিয় এক আশ্চৰ্য আছিল)

3. What made Jessica something special to Dilip Donde?

(জেছিকা কিয় দিলীপ দ’ন্দেৰ বিশেষ ব্যক্তি আছিল?)

Ans: Jessica was 350 nautical miles away and the nearest human being to him and this made her something special to Dilip Donde.

(জেছিকা 350 নটিকেল মাইল দূৰত্বত আছিল যদিও দ’ন্দেৰ সকলোতকৈ ওচৰত থকা একমাত্ৰ ব্যক্তি আছিল৷ আৰু ই জেছিকাক দিলীপৰ বিশেষ ব্যক্তি কৰি তুলিছিল)

B. Write True or False beside each statement. 

(সত্য/অসত্য লিখা) 

1. Francis Chichester was the first to circumnavigate the world.

 (ফ্ৰান্সিস ছিছেষ্টাৰ জলপথেৰে বিশ্ব পৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি আছিল৷) 

Ans: True.

2. Jessica and Dilip were close to each other near the Cape of Good Hope. 

(জেচিকা আৰু দিলীপ কেপ অফ গুড হ’পত ইজনে সিজনৰ সকলোতকৈ ওচৰ পাইছিলহি) 

Ans: False.

3. Dilip Donde’s boat was named the Mhadei.

(দিলীপ দ’ন্দেৰ নাওখনৰ নাম আছিল মহাদেয়) 

Ans: True

4. The Ella’s Pink Lady was turned upside down in the gale. 

(এলাচ পিংক লেডীক ধুমুহাজাকে ওলট পালত কৰি পেলাইছিল) 

Ans: True.

5. Jessica could not answer her own questions on why tough times she encountered were totally worth it. 

(জেছিকাই কিয় কঠিন সময়ৰ মূখামূখি হোৱাতো কিমান গুৰুত্বপূৰ্ণ তাৰ উত্তৰ নিজেই দিব পৰা নাছিল)  

Ans: False

6. Mentally she aged ten years after the experience of the four knock-downs.

(চাৰিটাকৈ ধুমুহা বতাহৰ সন্মুখিন হৈ তাইৰ মানসিকভাৱে দহ বছৰৰ অভিজ্ঞতা হৈছিল)

Ans: True.

GRAMMAR & USAGE

I. Fill in the blanks. Select the correct option. 

1. I have three pairs of jeans but __ of them is blue (none/ neither). 

 Ans:  have three pairs of jeans but  none of them is blue 

 (মোৰ তিনিটা জিনছ আছে যদিও এটাও নীলা নহয়)

2. Six boys were seated on __ bench (each/every). 

 Ans:  Six boys were seated on each bench.

(প্ৰত্যেকখন বেণ্সত ছটা কৈ ল’ৰা বহিছিল)

3. A __ words were spoken at the opening ceremony (few/ little). 

 Ans: A few words were spoken at the opening ceremony

 (সভাখনৰ আৰম্ভণি ভাষৃত অলপ কথা কোৱা হৈছিল)

4. Rina and Diya are sister. They _ sing well (all/both).  

Ans: Rina and Diya are sister. They both sing well. 

(ৰিয়া আৰু দিয়া বাই-ভনী৷তেওঁলোক দুয়োজনীয়ে ভাল গান গায়)

5.  There are two raincoats on the hooks but of them is blue (neither/none).  

Ans: There are two raincoats on the hooks but neither of them is blue.

(হুকক দুটা ৰেইনকোট আছে যদিও এটাও এটাও নীলা নহয়)

6. There are —-stars in the sky. (no/none).  

Ans: There are no stars in the sky.

(আকাশত এটাও তৰা নাই)

7. of the roads have been cleared (no/none).  

Ans: None of the roads have been cleared .

(এটাও ৰাস্তা খালী নাই)

8. I want to select _ cricket bat for the match (another/other).  

Ans: I want to select another cricket bat for the match.

(মই খেলৰ বাবে বেলেগ এপাত ক্ৰিকেট বেট বিচাৰো)

9. of the candidates came in  early at the reception centre (none/no)

Ans: None of the candidates came in  early at the reception centre. 

(এজনো অংশগ্ৰহণকাৰী ৰিচিপ্চন চেন্টাৰলৈ শুনকিলে নাহিল)

10. Mary has crafted six clay jugs. Have you selected __ of them (either/any)?

Ans: Mary has crafted six clay jugs. Have you selected any of them?

মেৰীয়ে ছটা পাত্ৰ সাজিছে৷তুমি তাৰ মাজৰ এটা বাচি ল’লানে?)

II. Do you know what these idioms mean? If not, find out and make sentences with them. 

(অৰ্থ স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা) 

Ans:1. Rain cats· and dogs(raining heavily): It has been raining cats and dogs since morning.

(ৰাতিপুৱাৰে পৰা ধাৰাসিৰ বৰষুণ দি আছে)

2. Come to grief (failure): All my hard work came to grief after failing the exam.

(পৰীক্ষাটোত উৰ্ত্তীণ নোহোৱাৰ বাবে মোৰ সকলো কষ্ট অথলে গ’ল)

3. I’ll eat my hat(Something too sure that will not happen): If he gets the job,I’ll eat my hat.

   মই মোৰ টুপী খাম (কিবা এটা নিশ্চিত যে সেয়া নহ’ব): যদি তেওঁ চাকৰিটো পায়, মই মোৰ টুপী খাম।

4. Bring the house down (hilarious):The little boy brings the house down with his acting.

(ল’ৰাজনে তাৰ অভিনয়েৰে সকলোকে খুব হহুঁৱালে)

5. A land of milk and honey (a place of abundant prosperity): Todays world is not a place of milk and honey, you have to work hard to survive here. 

(আজি কালিৰ পৃথিৱী গাখীৰ মৌৰ দেশ নহয,ইয়াত জীয়াই থাকিবলৈ কষ্ট কৰিব লাগিব)

 6. Hold one’s own(retain strong in a challenging position): The team held its own throughout the match.

(গোটেই খেলখনত দতটোৱে সাহস নেহেৰুৱালে)

Himadri Borah

(M.A in English)

Post ID: DABP002292