BAL GANGADHAR TILAK, Father of Indian National Movement | Lesson 2 | Class 8 English Sankardev Question and Answer | Class 8 English Sankardev Suggestion | Class 8 English Sankardev Notes |

BAL GANGADHAR TILAK, Father of Indian National Movement

Lesson-2 

WORKING WITH THE T

1. Here are some facts from Tilak’s Life. Arrange them in chronologiceal order.

(তিলকৰ জীৱনৰ বিষয়ে কিছুমান তথ্য দিয়া আছে৷সেইসমূহ একাদিক্ৰমে সজোৱা)

Ans: e) Tilak was born. (তিলকৰ জন্ম হৈছিল)

g) Tilak’s father was transferred to Pune.(তিলকৰ দেউতাকৰ পুণেলৈ স্থানান্তৰ হৈছিল)

b)  He lost his father.(তেওঁ নিজৰ দেউতাকক হেৰুৱাইছিল)

k) He passed his matriculation.(তেওঁ মেট্ৰিক পাছ কৰিছিল)

c) He started teaching Mathematics in a private school.(তেওঁ প্ৰাইভেট স্কুলত গণিত পঢ়োৱা আৰম্ভ কৰিছিল)

f ) He became a jounalist. (তেওঁ এজন সাংবাদিক হৈছিল)

I) He organised Deccan Education Society. (তেওঁ ডেক্কান শিক্ষা সমাজ গঠন কৰিছিল)

a ) Tilak joined Indian National Congress.(তিলকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল)

i)  He was sentenced to imprisonment for one and a half year. (তেওঁক ডেৰ বছৰৰ বাবে কাৰাবাস খাটিবলৈ পঠোৱা হৈছিল)

d) He was arrested on the charges of sedition. (তেওঁক বিদ্ৰোহী বুলি গ্ৰেপ্তাৰ কৰা হৈছিল)

j) He decided to build an organisation called ‘Home Rule League. (তেওঁ ‘হ’ম ৰুল লীগ’ নামৰ সংস্থাটো গঠন কৰিছিল)

h) Tilak breathed his last. (তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল)

2. Make two words each with the given root words: (তলত দিয়া মূল শব্দৰ পৰা দুটা শব্দ লিখা)

Ans: a. Nation:  nationalist, national

b. True: truth, trust

c. Respect: respectful, respective

d. Prison: prisoner, prisoned

e. Final: Finalist, final-match

3.Given below are some qualities of Bal Gangadhar Tilak. Write a  sentence to explain each quality. 

(তলত দিয়াসমূহ বাল গংগাধৰ তিলকৰ কিছু গুণৰ বিষয়ে দিয়া আছে৷ প্ৰত্যেকৰ পৰা অৰ্থ স্পষ্ট হোৱাকৈ এটাকৈ বাক্য গঠন কৰা)

Ans:  a. Brilliant : Bal Gangadhar Tilak was a brilliant mathematician. (বাল গংগাধৰ তিলক এজন সুদক্ষ গণিতজ্ঞ আছিল)

b. Determined : Tilak was determined to work for Indian people.(তিলক ভাৰতীয়সকলৰ হকে কান কৰিবলৈ সংকল্পবদ্ধ আছিল)

c. Diligent :Tilak was a dilegent social worker (তিলক এজন ভাল সমাজসেৱক আছিল)

d. Patient : Tilak lost his patience after watching the plight of Indian people in British hand.(তিলকে ব্ৰিটিছসকলৰ হাতত ভাৰতীয়সকলৰ কষ্ট দেখি ধৈৰ্য্য হেৰুৱাইছিল)

e. Judicious: Tilak judiciously published articles about the condition of India in his newspaper.(তিলকে ন্যায়সংগতভাৱে ভাৰতীয়সকলৰ অৱস্থাৰ বিষয়ে তেওঁৰ বাতৰিকাকতত লেখা প্ৰকাশ কৰিছিল)

,

COMPREHENSION

4. Answer the following question: (তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া)

a. Where was Bal Gangadhar Tilak born? (তিলকৰ জন্ম ক’ত হৈছিল?)

Ans: Bal Gangadhar Tilak was born in Ratnagiri, Maharashtra.(বাল গংগাধৰ তিলকৰ জন্ম ৰত্নগিৰি,মহাৰাষ্ট্ৰত হৈছিল)

b. What kind of a student was Bal Gangadhar Tilak? (বাল গংগাধৰ তিলক কেনেধৰণৰ ছাত্ৰ আছিল?)

Ans: Bal Gangadhar Tilak was a brilliant student and he was very good at mathematics. (বাল গংগাধৰ তিলক এজন চোকা ছাত্ৰ আছিল আৰু তেওঁ গণিতত পাকৈত আছিল)

c. When did Bal Gangadhar Tilak passed his matriculation? (বাল গংগাধৰ তিলকে কেতিয়া মেট্ৰিকুলেচন পাছ কৰিছিল?)

Ans: Bal Gangadhar Tilak passed his matriculation in the year 1872.(বাল গংগাধৰ তিলকে 1872 চনত মেট্ৰিকুলেচন পাছ কৰিছিল)

d. How according to Tilak, can good citizens be mouleded? (তিলকৰ মতে ভাল নাগৰিক কিদৰে গড়ি তুলিব পাৰি?)

Ans: According to Tilak good citizens can be moulded only through good education. (তিলকৰ মতে ভাল শিক্ষাৰ জৰিয়তে ভাল নাগৰিক গঢ়ি তুলিব পাৰি)

e. Who organized the Deccan Education Society? (ডেক্কান শিক্ষা সমাজ কোনে গঠন কৰিছিল)

Ans: The Deccan Education Society was organized by Bal Gangadhar Tilak. (ডেক্কান শিক্ষা সমাজ  বাল গংগাধৰ তিলকে গঠন কৰিছিল)

f. Why was it set up? (ইয়াক কিয় গঠন কৰা হৈছিল?)

Ans: The Deccan Education Society was set up to create a new system to teach young Indians nationalist ideas through an emphasis on Indian culture.

(ইয়াক নতুন প্ৰজন্মৰ ভাৰতীয় জাতীয়তাবাদীসকলক ভাৰতীয় সংস্কৃতিৰ শিক্ষা প্ৰদান কৰিবলৈ গঠন কৰা হৈছিল)

g. Who established Fergusson College and when? (ফাৰ্গাচন কলেজ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল?)

Ans: Deccan Education Society established Fergusson College in 1885.(ফাৰ্গাচন কলেজ ডেক্কান শিক্ষা সমাজে 1885 চনত প্ৰতিষ্ঠা কৰিছিল)

h. Name two weeklies started by Bal Gangadhar Tilak? (বাল গংগাধৰ তিলকে আৰম্ভ পৰা দুখন সাপ্তাহিকৰ নাম লিখা)

Ans: Two weeklies started by Bal Gangadhar Tilak are ”Kesari’ and ‘Mahratta’.(বাল গংগাধৰ তিলকে আৰম্ভ পৰা দুখন সাপ্তাহিকৰ নাম হ’ল কেশৰী আৰু মাহৰাত্তা)

i. When did Tilak join the Indian National Congress? (তিলকে কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল?)

Ans: Tilak join the Indian National Congress in 1890.(তিলকে 1890 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল)

j. When did British colonial authorities call Tilak “Father of the Indian Unrest”? (ব্ৰিটিছ শাসন কৰ্তৃপক্ষই তিলকক কেতিয়া ভাৰতীয় আন্দোলনৰ পিতৃ বুলি কৈছিল?)

Ans: He was the first leader of Indian Independence Movement. After it British colonial authorities called Tilak “Father of the Indian Unrest”.

(তিলক ভাৰতীয় স্ৱাধীনতা আন্দোলনৰ প্ৰথম নেতা আছিল৷তাৰ পাছৰ পৰাই তেওঁক টিছ শাসন কৰ্তৃপক্ষই তিলকক কেতিয়া ভাৰতীয় আন্দোলনৰ পিতৃ বুলি কৈছিল)

k. How did Tilak spend his time in prison in Mandalay? (তিলকে মাণ্ডালায়ত কাৰাগৰত থকা সময়ছোৱা কেনেদৰে পাৰ কৰিছিল?)

Ans: Tilak spent his time in prison in Mandalay by reading and writing.(তিলকে মাণ্ডালায়ত কাৰাগৰত থকা সময়ছোৱা পঢ়া লিখা কৰি পাৰ কৰিছিল)

l. What does the word lokamanya mean? (লোকমান্য শব্দৰ অৰ্থ কি?)

Ans: Lokamanya means “accepted by people(as their leader)”.(লোকমান্য শব্দৰ অৰ্থ হ’ল মানুহৰ দ্বাৰা (নেতা হিচাপে) সমৰ্থিত)

m. When did Tilak breathe his last? (তিলকে কেতিয়া তেওঁৰ শেষ নিশ্বাস গ্ৰহণ কৰিছিল?)

Ans: Tilak breathe his last in August 1,1920. (তিলকে আগষ্টৰ 1 তাৰিখ 1920 চনত শেষ নিশ্বাস গ্ৰহণ কৰিছিল)

COMPOSITION

5. Answer the following question in about 75-100 words : (75-100 শব্দৰ ভিতৰত উত্তৰ লিখা)

a. Narrate what Tilak did to improve the quality of education for the youth of India. (নতুন প্ৰজন্মৰ শিক্ষাৰ মানদণ্ড উন্নতিৰ বাবে তিলকে কি কি কৰিছিল?)

Ans: Tilak was a devoted social activist. First Tilak organised the Deccan Education Society with a few of his classmates. Their goal was to improve the quality of education for India’s youth. The Deccan Education Society was set up to create a new system to teach young Indians nationalist ideas through an emphasis on Indian culture. The Society established the New English School for Secondary education and Fergusson College in 1885 for post Secondary studies.

(তিলক এজন সমাজসেৱক আছিল৷তেওঁ প্ৰথমে কেইজনমান সহপাঠীৰ সৈতে লগ লাগি ডেক্কান শিক্ষা সমাজ গঠন কৰিছিল৷ইযাৰ উদ্দেশ্য আছিল ভাৰতৰ নতুন প্ৰজন্মৰ শিক্ষাৰ মানদণ্ড উন্নতি কৰা৷এই সমাজখন ভাৰতীয় সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদানৰ জৰিয়তে জাতীয়তাবাদী মনোভাৱ জাগৃত কৰা৷ এই সমাজে উচ্চশিক্ষাৰ বাবে ফাৰ্গাচন কলেজৰ 1885 চনত প্ৰতিষ্ঠা কৰিছিল)

b. Give a brief account of Tilak’s contribution towards India’s independent movement. (ভাৰতৰ স্বাধীন আন্দোলনৰ প্ৰতি তিলকৰ অৱদানৰ চমু বিৱৰণ দিয়ক

Ans: Tilak started two weeklies ‘Kesari’ and ‘Mahratta.’ ‘Kesari’ was a Marathi weekly while ‘Mahratta’ was an English weekly. Soon both the newspapers became very popular. In his newspapers, Tilak highlightedthe plight of Indians. He gave a vivid picture of the people’s sufferings and of actual happenings. He called upon every Indian to fight for his right. He used fiery language to arouse the passion of sleeping Indians. He joined the Indian National Congress in 1890. He was the first leader of the Indian independence movement. Tilak was one of the first and strongest advocates of ‘Swaraj’ (Self-rule) and a strong radical in Indian consciousness.

In 1897,Tilak was charged with writing articles instigating people to rise against the government and to break the law and dislurb the peace.  He was  sentenced to rigorous imprisonment for one and a half year. After his release in 1898, Tilak launched Swadeshi Movement. Through newspaper and lectures, Tilak spread the message to each and every village in Maharastra.

Tilak was arrested on the charges of sedition in 1906, and was imprisoned for six years in Mandalay. After coming out from the jail In 1916 Tilak decided to build a separate organisation called the ‘Home Rule League .Its  goal was Swaraj. He went from village to village and explained the airn of his league to the farmers and won the ir hearts. He travelled constantly in order to organize  the people. Thus he worked towards India’s independence movement till his last breath.

(তিলকে কেশৰী আৰু মাহৰাত্তা নামৰ দুখন সাপ্তাহিকৰ আৰম্ভ কৰিছিল৷কেশৰী এখন মাৰাঠী আৰু মাহৰাত্তা এখন ইংৰাজী সাপ্তাহিক আছিল৷ দুয়োখন বাতৰিকাকতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল৷তেওঁৰ বাতৰিকাকতত তেওঁ ভাৰতীয়সকলৰ দুখ দুৰ্দশাৰ কথা আলোচনা কৰিছিল৷তেওঁ মানুহৰ  দুখ আৰু প্ৰকৃত অৱস্থাৰ কথা বিতংকৈ প্ৰকাশ কৰিছিল৷তেওঁ প্ৰত্যেকজন ভাৰতীয়কে নিজৰ অধিকাৰৰ হকে মাত মাতিবলৈ শিকাইছিল৷তেওঁ নিদ্ৰাৰত ভাৰতীয় জনতাক জগাবলৈ তীক্ষ্ণ ভাষাৰ ব্যৱহাৰ কৰিছিল৷তিলকে 1890 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল৷ তেওঁ ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰথম প্ৰধান নেতা আছিল৷তিলক স্বৰাজৰ শক্তিশালী সমৰ্থক আছিল আৰু ভাৰতীয় বিচাৰধাৰাত নতুন চিন্তাৰ আৰম্ভণি কৰিছিল৷

1897 চনত তিলকক চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক উংসাহিত কৰাৰ বাবে আৰু আইন আৰু শান্তি ভংগৰ  অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷তেওঁক সেইবাবে ডেৰবছৰৰ কাৰাদণ্ড বিহা হৈছিল৷1898 চনত তেওঁ মুক্তি পোৱাৰ পাছত তেওঁ স্বদেশী আন্দোলনৰ অনসুচনা কৰে৷বাতৰিকাকত আৰু বক্তব্যৰ যোগেৰে তেওঁ এই খবৰ সকলোলৈকে বিয়পোৱাৰ চেষ্টা কৰিছিল৷

1906 চনত তেওঁক পুনৰ বিদ্ৰোহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল৷তেওঁ হ’হ ৰুল লীগ নামেৰে এটা অন্য সংগঠন গঢ়াৰ পৰিকল্পনা কৰিছিল৷ইয়াৰ লক্ষ্য আছিল স্বৰাজ৷তেওঁ ইয়াৰ লক্ষ্যসমূহৰ বিষয়ে জনাবলৈ গাৱেঁ গাৱেঁ ঘূৰিছিল আৰু ই কৃষকসকলৰ মন চুই গৈছিল৷তেওঁ সকলোকে একগোট কৰিবলৈ উঠি পৰি লাগিছিল৷এনেদৰেই তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে স্ৱাধীনতাৰ বাবে কাম কৰিছিল)

GRAMMAR AND USAGE

6. Match these words to make compound words: (তলৰ সব্দবোৰ মিলাই যৌগিক শব্দ বনোৱা)

Ans:

1.Table-

2. Pick-pocket

3. Class-mate

.Dining-room

5. Moon-light

6. Witch-craft

7. Businessman

8. Break-fast

9. Shoe-maker

10. Overtake.

7. Write Sentences to illustrate the difference in the meaning of the following homonyms : (তলত দিয়া অনুৰূপ শব্দসমূহৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা)

Ans:

a) Cite (উল্লেখ কৰা): He cited the example of a biblical story.(সি এটা বাইবেলৰ সাধুৰ উদাহৰণ উল্লেখ কৰিলে)

 Site (ঠাই) : Sivasagar has many historical sites.(শিৱসাগৰত বহুতো ঐতিহাসিক ঠাই আছে)

b) Council (সভা): Ashoka summoned the Third Buddhist Council.(অশোকে তৃতীয়খন বৌদ্ধ সভাৰ আয়োজন কৰিছিল)

Counsel (আলোচনা কৰা): She needs a good psychological counselling.(তাইক এটা ভাল মানসিক চিকিৎসাৰ আলোচনাৰ প্ৰয়োজন আছে)

c) Defy (অসন্মতি): I defy him in this opinion.(এই ক্ষেত্ৰত মই তাৰ লগত সন্মত নহয়)

deify(দেৱতাতুল্য): He deified the doctor for saving his life.(তেওঁ চিকিৎসকজনক তেওঁৰ জীৱন ৰক্ষা কৰাৰ বাবে দেৱতুল্য ভাৱে ধন্যবাদ দিলে)

d) Eligible (উপযুক্ত): Only adults are eligible for the vaccine. (ভেক্সিনৰ বাবে কেৱল প্ৰাপ্তবয়স্ক সকল হে উপযুক্ত)

 illegible (অস্পষ্ট): Don’t write the letter in such illegible handwriting.(চিঠিখন ইমান অস্পষ্ট আখৰেৰে নিলিখিবা)

e) Human (মানুহ): Human are told to be supreme of all animals.(মানুহক সৰ্বশ্ৰেষ্ঠ প্ৰাণী বুলি কোৱা হয়)

 humane (মানৱীয়) :Helping the poors is a very humane behavior.(দুখীয়াক সহায় কৰাটো এটা মানৱীয়তা)

f) Loose (ঢিলা কৰা): This pant is quite loose to wear.(এই পেন্টটো পিন্ধিবলৈ ঢিলা)

lose (হেৰুৱা) : His demise is a heavy lose for our nation.(তেওঁৰ মৃত্যু আমাৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি)

g) Jealous (ঈৰ্ষা): Don’t get jealous by other’s success.(আনৰ সফলতাত ঈৰ্ষা নকৰিবা)

 Zealous (ৰঙিয়াল): She us the most zealous woman of the group.(তেওঁ দলটোৰ সকলোতকৈ ৰঙিয়াল মহিলা)

8. Rewrite the Sentences below changing the verbs in brackets into the passive form: (তলত দিয়া বাক্যসমূহ কৰ্তৃবাচ্য লৈ পৰিৱৰ্তন কৰা)

a. The soldier (kill) in the last battle.

Ans: The soldier was killed in the last battle.(সৈনিকজন যুদ্ধত নিহত হ’ল)

b. A Book Fair (hold) in our town last month.

Ans: A Book Fair was held in our town last month. (আমাৰ নগৰত যোৱামাহত এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল)

c. Gramophone (invent) by Thomas Alva Edison.

Ans: Gramophone was invented by Thomas Alva Edision. (গ্ৰামোফোন থমাছ আলভা এডিছনৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল)

d. Many battles (fight) by Akbar the Great.

Ans: Many battles had been fought by Akbar the Great.(আকবৰে কেইবাখনো যুদ্ধ কৰিছিল)

e. Hamlet (write) by Shakespeare.

Ans: Hamlet was wriiten by Shakespeare.(হেমলট শ্বেইকছপীয়েৰৰ দ্বাৰা লিখা হৈছিল)

f. A happy dream (dream) by him last night.

Ans: A happy dream was dreamt by him last night. (যোৱা ৰাতি তাৰ দ্বাৰা এটা ধুনীয়া সপোন দেখা গৈছিল)

9. Fill in the blanks with suitable conjunction. (উপযুক্ত অব্যয়েৰে খালী ঠাই পূৰ কৰা)

Ans: i) Ramen is diligent but his brother is idle.(ৰমেন পৰিশ্ৰমী কিন্ত তাৰ ভায়েক এলেহুৱা)

ii) I want a pen with a piece of paper. (মোক এটা কলমৰ লগতে এটুকুৰা কাগজো লাগে)

iii) The bag is either lost or stolen. (বেগতো হয়তো হেৰাইছে নহ’লে চুৰি হৈছে)

iv) God made the country and man made the town. (ভগৱানে দেশ নিৰ্মাণ কৰিলে আৰু মানুহে নগৰ)

v) We shall stay here till you return. (আমি তুমি উভতি অহালৈকে ইাতে থাকিম)

vi) Amal lost the race though he ran very fast. (আমোলে বেগাই দৌৰিছিল যদিও প্ৰতিযোগিতাত হাৰিলে)

vii) She feels tired; give her a cup of tea or a glass of milk.(তাই বৰ ভাগৰুৱা অনুভৱ কৰিছে৷তাইক একাপ চাহ অথবা এগিলাচ গাখীৰ দিয়া)

1O. Fill in the blanks· with suitable correlative conjunction : (তলৰ খালীঠাইসমূহ উপযুক্ত সংযোগী অব্যয়েৰে পূৰণ কৰা)

i) She can neither read nor write .(তাই পঢ়িবও নাজানে লিখিবও নাজানে)

ii) Neither a lender nor a borrower be. (ধৰুৱা বা ধাৰলৈ দিযা একোৱেই নকৰিবা)

iii) I don’t care whether you go or stay. (মই তুমি যোৱা নে থাকা একো বেয়া নাপাও)

iii) Both John and his sister read in this School. (জন আৰু তেওঁৰ ভনীয়েক দুয়ো এই স্কুলখনতে পঢ়ে)

v) Though he is poor,but he is honest. (তেওঁ দুখীয়া যদিও সৎ)

vi) He is not only intelligent but also diligent.(তেওঁ কেৱল বুদ্ধিয়কেই নহয় পৰিশ্ৰমীও)EXT

Himadri Borah

(M.A in English)

Post ID : DABP005951