Class 12 Political Science MCQs Answer Chapter 1 | শীতল যুদ্ধৰ যুগ

১। পশ্চিমীয়া নিত্ৰগোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰই

(খ) ৱাৰশ্বচুক্তি

(গ) ছোভিয়েট ইউনিয়নে

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰই

২। ছোভিয়েট ইউনিয়নে কি আদৰ্শ অনুসৰণ কৰিছিল?

(ক) সাম্যবাদী আদৰ্শ

(খ) তাজিকিস্তান

(গ) সামৰিক আদৰ্শ

উত্তৰঃ (ক) সাম্যবাদী আদৰ্শ

৩। কেতিয়া ছোভিয়েট ইউনিয়ন ভংগ হৈছিল?

(ক) ১৯৯১ চলত

(খ) ১৯৫৫

(গ) ২০০১

উত্তৰঃ (ক) ১৯৯১ চলত

৪। WARSAW চুক্তি কেতিয়া সম্পাদিত?

(ক) ১৯৫৫ চনত

(খ) ১৯৯১ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৫৫ চনত

৫। কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?

(ক) ১৯৬৮ চনত

(খ) ১৯৮৯ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৬৮ চনত

৬। ভাৰতবৰ্ষ আৰু ছোভিয়েট ইউনিয়নৰ মাজত কোন বন্ধুত্বৰ চুক্তি স্বাক্ষাৰ হৈছিল?

(ক) ১৯৯১ চনত

(খ) ১৯৭১ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৯৭১ চনত

৭। পূব-মিত্ৰগোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল

(ক) ছোভিয়েট ইউনিয়নে

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ছোভিয়েট ইউনিয়নে

৮। ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল

(ক) মিখাইল গৰ্বাচেভে

(খ) চাৰ্বয়া আৰু বচনিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মিখাইল গৰ্বাচেভে

৯। ছোভিয়েট ইউনিয়ন ভংগ হৈ কিমানখন ৰাষ্ট্ৰ সূষ্ট্ৰ হৈছিল?

(ক) ১১ খন

(খ) ১৫ খন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৫ খন

১০। কেতিয়া কিউবাত মিছাইল সূষ্টি হৈছিল?

(ক) ১৯৬২ চনত

(খ) ১৯২৬ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৬২ চনত